17/06/2024
একে বহাতে চাই শেষ কৰিলোঁ প্ৰথমখন অসমীয়া ৱেব চিৰিজ -চুপা চুপি,
এদিনৰ অন্তৰালত দ্বিতীয়খন অসমীয়া ৱেব চিৰিজ চাই পেলালো কৃষ্ণচূড়া,কম। এইমাত্ৰ শেষ কৰিলোঁ।
দুয়োখনৰ পৰিচালক - প্ৰণৱ ভৰালী।
বাস্তৱিক কাহিনীৰ আধাৰত ৰচিত চিৰিজ দুখনৰ পৰিচালকৰ স্বকীয়তা সঁচাই ভাল লাগিল। আপোনালোকেও চাব পাৰে, অসমীয়া ৱেব চিৰিজ বুলি আৱেগত নহয়, ভাল অসমীয়া ৱেব চিৰিজ বুলি গৌৰৱত।