SineVlog

Directions

SineVlog ᭄︵ ডিয়ার Facebook বাসি,��
☞" আমি কিন্তু ফরমালিনমুক্ত সিঙ্গেল...!�
_চাইলে পটায় নিতে পারো কিছু মন

03/08/2026

#পার্ট_New 🥰🥰😱

15/07/2026

11/07/2026


GOVT. MODEL DEGREE COLLEGE, MAJER ALGA, P.O. Jharner Chor, Dist:- Dhuburi. Assam.চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তি...
02/07/2026

GOVT. MODEL DEGREE COLLEGE, MAJER ALGA, P.O. Jharner Chor, Dist:- Dhuburi. Assam.

চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ সুযোগ।

এটা শিক্ষাবৰ্ষ সফলতাৰে সম্পুৰ্ণ কৰাৰ পিছত চৰকাৰী স্নাতক আদৰ্শ কলেজ, মাজেৰ আলগাত দ্বিতীয় শিক্ষা বৰ্ষৰ বাবে নাম ভৰ্তি চলি আছে। পঢ়িব পৰা বিষয় সমূহঃ-
১) ইংৰাজী ( মাইনৰ আৰু মেজৰ)
২)অসমীয়া ( মেজৰ আৰু মাইনৰ)
৩) ৰাজনীতি বিজ্ঞান ( মেজৰ আৰু মাইনৰ)
৪)শিক্ষা (মেজৰ আৰু মাইনৰ)
৫) ইতিহাস (মেজৰ আৰু মাইনৰ)
জানিব পৰা মতে গুৱাহাটী বিশ্ববিদ্যালয়ে অতি শীঘ্ৰে SAMARTH PORTAL খুলিব আৰু ছাত্ৰ ছাত্ৰীয়ে ভৰ্ত্তিৰ বাবে আবেদন কৰিব পাৰিব। সেয়ে বৃহত্তৰ জৰুৱা চৰ, ডিমাতলা, পদ্মেৰ আলগা, শিমুলতোলা, বন্দীহানা, বাহিৰ শালমাৰা, বয়জেৰ আলগা, ভাংগা বাজাৰ, ফুল্কাটাৰী অঞ্চলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীৰ জ্ঞাতাৰ্থে এই জাননী ফেচবুক যোগে প্ৰকাশ কৰা হল যাতে তেওলোকে মাজেৰ আলগা চৰকাৰী আদৰ্শ স্নাতক কলেজত নাম ভৰ্ত্তি কৰি ঘৰৰ ভাত খাই ঘৰতে থাকি অত্যাধুনিক সা-সুবিধা উপভোগ কৰি অধ্যয়ন কৰিব পাৰে। আগতে ১ ম বৰ্ষত ভৰ্ত্তি হোৱা ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজন বোধ কৰিলে ভূগোল আৰু মাছ কমিউনিকেশ্বন বিষয় দুটা সলনি কৰিব পাৰিব।

কলেজৰ হৈ-

ড° ধীৰেন চন্দ্ৰ বৰ্মন ( শৈক্ষিক তত্বাবধায়ক)
Sheikh Hedayetullah

25/06/2026

😭🙏🙏🙏

25/06/2026

Address

Lahore

Website

Alerts

Be the first to know and let us send you an email when SineVlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category