17/04/2025
মই যেতিয়া সপ্তম মানত পঢ়ি আছিলো তেতিয়া এই কবিতাটো আবৃত্তি কৰি প্ৰথম স্থান পাইছিলো,,, সৰুৰে পৰাই মই কবিতা আবৃত্তি কৰাই নহয় লিখিও ভাল পাইছিলো, এতিয়াও চেষ্টা অব্যাহত ৰাখিছো,,, অলপ আপোনালোককো শুনাও বুলি ভাবিলো,, হেঁপাহৰ হাচিয়ানা নামৰ পেজটো মই খুলিছো, প্লিজ আপোনালোকে মৰম দিব দেই❤❤