Abdul Mazid Notes

Abdul Mazid Notes AM

অশিক্ষিত মানুহৰ কেতিয়াবা নিজৰ ঠিকনা কোৱাত ভুল হৈ যায়,,তাকলৈ আমাৰ উজনিৰ অসমৰ মানুহে বাংলাদেশী বুলি গালি, আৰু বহুতো........
27/02/2026

অশিক্ষিত মানুহৰ কেতিয়াবা নিজৰ ঠিকনা কোৱাত ভুল হৈ যায়,,তাকলৈ আমাৰ উজনিৰ অসমৰ মানুহে বাংলাদেশী বুলি গালি, আৰু বহুতো..... কিন্তু এওঁলোকতু শিক্ষিত ,মেডিয়াৰ মানুহ হয় ,,, অসমৰ কোন খন সমষ্টিৰ নাম,,,মাদিৰা আৰু সেই সমষ্টিৰ এজন সন্মানীয় তিনিবাৰৰ বিধায়ক শেৰমান আলী আহমেদৰ নাম
শুদ্ধ কৈ নিলিখি চেৰমান আলি আহমেদ লিখিলে।
এতিয়া আপোনালোকৰ মতামত আগবঢ়োৱাব বুলি আশা কৰিলো।

মিত্ৰতা নকৰিলে আপোনাৰ আসনৰ সংখ্যা হ'ব* 0*মিত্ৰতাত থাকিলেহে কংগ্ৰেছৰ তথ্য বি জে পি লৈ যোগান ধৰিব পাৰিব।এক কথাত কলে আপোনাৰ...
26/02/2026

মিত্ৰতা নকৰিলে আপোনাৰ আসনৰ সংখ্যা হ'ব* 0*
মিত্ৰতাত থাকিলেহে কংগ্ৰেছৰ তথ্য বি জে পি লৈ যোগান ধৰিব পাৰিব।এক কথাত কলে আপোনাৰ মুৰত কিন্তু মাল আছে দে ককাই

04/02/2026

বৰ্তমান ৰাজনৈতিক কিছু আলোচনা

28/01/2026

যদি কোনো মুছলিম মানুহে কেতিয়াবা কোনো হিন্দু মানুহৰ ৰিস্কাত উঠো ,, 10 টকাৰ ভাৰা 15 টকা দিম কাৰণ আমি স্বভিমানী মিয়া।

26/01/2026

তুমি মোর জীবনের ভাবনা হৃদয়ে সুখের ধুলা,,,,

মোৰ দ্বাৰানা যদি ভুল নহয়,তেন্তে এই দুইজন অত্যন্ত ৰাগাম্ভিত নেতা বেছিদিন এটা দলত দেখা পোৱা নাযাব। আপোনাৰ লোকৰ মতামত আগবঢ...
15/01/2026

মোৰ দ্বাৰানা যদি ভুল নহয়,তেন্তে এই দুইজন অত্যন্ত ৰাগাম্ভিত নেতা বেছিদিন এটা দলত দেখা পোৱা নাযাব। আপোনাৰ লোকৰ মতামত আগবঢ়োৱাব বুলি আশা কৰিলোঁ।

09/12/2025
15/10/2025

21/09/2025

Dirección

Village &P. O. Satrakanara NC
Guadalajara
781308

Página web

Notificaciones

Sé el primero en enterarse y déjanos enviarle un correo electrónico cuando Abdul Mazid Notes publique noticias y promociones. Su dirección de correo electrónico no se utilizará para ningún otro fin, y puede darse de baja en cualquier momento.

Contacto La Empresa

Enviar un mensaje a Abdul Mazid Notes:

Atajos

Compartir