Mukul Majuli

Mukul Majuli Mukul Majuli, 芸術・技術, 山崎町金谷20-5, Shiso-shiの連絡先情報、マップ、方向、お問い合わせフォーム、営業時間、サービス、評価、写真、動画、お知らせ。

22/08/2026
02/06/2026

*কিছুমান কথা মনত ৰখা যায়*, ৰাখো বুলি নহয়, মনত নিজেই সাঁজ বহি যাই।

এই যে ৰিজাল্টটো আশা কৰা মতে নোহোৱাত "ইচ বৰ বেয়া লাগিল হে! ইয়াৰ আকৌ এইবাৰ হব বুলি ভাবিছিলোঁ-”এই বুলি কোৱা কথাষাৰৰ লগতে সেই তীর্যক চাৱনিটো, মনত ৰখা যায়।

এই যে পঢ়া শেষ হোৱাৰ পাছত চাকৰিৰ সন্ধানত থাকোতে "কি হ'ল, ঘৰতে শুই বহি আছচোন, private কিবা এটাকে বিচাৰ আকৌ” বুলি কোৱা কথাষাৰৰ লগত হাঁহিটো, মনত ৰখা যায়।

এই যে কেতিয়াবা দুখত কিবা এটা লিখিলে "বেলেগ ট্রেজেডি ফালি থাকচোন আজি কালি” বুলি কোৱা মাতষাৰ, মনত ৰখা যায়।

এই যে কেতিয়াবা নিজৰ সন্তানৰ কথা কৈ কৈ মা-দেউতাক "আপোনালোকৰ ইয়ালৈহে দুখ লাগে পাই-” বুলি কোৱা আক্ষেপখিনি মনত ৰখা যায়।

এই যে কষ্টকৰ সময়ত এষাৰ মাতৰ বাবে ফোন কৰিলে বন্ধুৱে দিয়া হাঁহি উঠা অজুহাতবোৰ, মনত ৰখা যায়..

আচলতে ৰাখিব নুখুজিলেও মনত থাকি যায়.. কথাৰ শেলবোৰ পাহৰিব নোৱাৰি। নাই! ওলোটাই কেতিয়াবা কিবা ক'ম বুলি নহয়.. কাৰণ, কৈ দিলে তেওঁলোক আৰু আমাৰ মাজত পাৰ্থক্য কি থাকিব.. কিন্তু ৰৈ যায় ক'ৰবাত.. শালে বিন্ধা দি বিন্ধি থাকে সেই অনুভৱ বোৰে... চকুপানীক লৈ কৌতুক কৰা মানুহবোৰ মনত থাকি যায়..

সফলতা পোৱাৰ পাছত হাজাৰ প্ৰশংসা কৰিলেও সেই হাঁহিবোৰ পাহৰি পেলাব নোৱাৰি.. উত্তৰ বাৰু সময়েই দিব, কিন্তু সেই শেলবোৰতে ভেঁজা দি নিজক আগুৱাই নিয়াটো আচল কথা.. সেইবাবেই কেতিয়াবা এই শেলবোৰ আহিলে ভাঙি পৰিব নালাগে, তাকেই অস্ত্র সাজি নিজক সাজু কৰি যাব লাগে.. কাৰণ, সময় সকলোৰেই আহে.. সময়ে সকলো লৈ আহে.. আৰু সময়ৰ উত্তৰ বেছি প্ৰভাৱশালী হয়..🙏

 :: ::This is not foreign country like America OR Japan. This is Our Majuli, an emotion, pride! মহাবাহু ব্ৰহ্মপুত্ৰৰ বুক...
13/02/2026

::
::
This is not foreign country like America OR Japan. This is Our Majuli, an emotion, pride!
মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সজীৱ হৈ থকা মাজুলীৰ ইতিহাসত আজি এক নতুন সূৰ্যোদয়। পোন প্ৰথমবাৰৰ বাবে এই পৱিত্ৰ দ্বীপত লোহিত নদীৰ পাৰত এখন আটকধুনীয়া বিশ্ববিদ্যালয় গঢ় লৈ উঠিল, আৰু তাৰ স্থায়ী চৌহদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাত সমগ্ৰ মাজুলীবাসীৰ লগতে বিশ্ববিদ্যালয়ৰ পৰিয়াল উল্লাসিত আৰু আনন্দিত হৈ উঠিল। ই কেৱল সৌন্দৰ্যৰ ব্যৱস্থাপনা নহয়, বৰং মাজুলীৰ বহু ছাত্ৰ-ছাত্ৰীৰ সপোন, আশা আৰু সম্ভাৱনাৰ এক দীপ্ত প্ৰতীক। বৰ্তমান মাজুলীৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দূৰ-দূৰান্তলৈ যাব নালাগে, নিজৰ কেচাঁ মাটিৰ সুবাসেৰে সজোৱা পৰিৱেশতেই জ্ঞানৰ দীপ জ্বলাব পাৰিব। এই বিশ্ববিদ্যালয়ে মাজুলীৰ শৈক্ষিক দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিলে, য’ত ঐতিহ্য আৰু আধুনিকতা একেলগে আগবাঢ়ি নতুন প্ৰজন্মক দিশ দেখুৱাব। আজি মাজুলীৰ আকাশত যেন শিক্ষাৰ এক নতুন পখিলা উৰিছে—উন্নতি, আত্মবিশ্বাস আৰু স্বাভিমানেৰে সকলোৰে মন দৃঢ় হৈ উঠিছে। এইয়া মাথোঁ বিশ্ববিদ্যালয়খনৰ আৰম্ভণিহে, ভৱিষ্যত দিনত বিশ্ববিদ্যালয়খন আৰু অধিক শক্তিশালী হৈ উঠিব।

জয়তু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়
জয়তু আই মাজুলী

 #লুইতৰ_বুকুত_শিপাইছে_এক_নতুন_সপোনে::
13/02/2026

#লুইতৰ_বুকুত_শিপাইছে_এক_নতুন_সপোনে::

I am a bird with tired wings, still chasing the SKY.
19/01/2026

I am a bird with tired wings, still chasing the SKY.

住所

山崎町金谷20-5
Shiso-shi, Hyogo
671-2555

ウェブサイト

アラート

Mukul Majuliがニュースとプロモを投稿した時に最初に知って当社にメールを送信する最初の人になりましょう。あなたのメールアドレスはその他の目的には使用されず、いつでもサブスクリプションを解除することができます。

ショートカット

  • 住所
  • アラート

共有する

カテゴリー