Kakopather Diary

Kakopather Diary Kakopather News Update

14/06/2026
কাকপথাৰ ডিৰাক সোনজানৰ যুৱকৰ সফলতা
16/01/2026

কাকপথাৰ ডিৰাক সোনজানৰ যুৱকৰ সফলতা

কাকপথাৰ প্ৰেছ ক্লাবৰ অষ্টম দি-বাৰ্ষিক অধিৱেশনৰ নৱ গঠিত সমিতি ২০২৫-২০২৮
21/05/2025

কাকপথাৰ প্ৰেছ ক্লাবৰ অষ্টম দি-বাৰ্ষিক অধিৱেশনৰ নৱ গঠিত সমিতি ২০২৫-২০২৮

 #আইনষ্টাইন_আৰু_তেওঁৰ_গাড়ীচালক          আইনষ্টাইনৰ যিজন গাড়ীচালক আছিল, তেওঁ এদিন আইনষ্টাইনক কৈছিল -আপোনাৰ প্ৰতিখন সভাত য...
21/05/2025

#আইনষ্টাইন_আৰু_তেওঁৰ_গাড়ীচালক

আইনষ্টাইনৰ যিজন গাড়ীচালক আছিল, তেওঁ এদিন আইনষ্টাইনক কৈছিল -আপোনাৰ প্ৰতিখন সভাত যে আপুনি ভাষণ দিয়ে, মই সেই আপোনাৰ সকলোবোৰ ভাষণ শুনি শুনি মোৰ মুখস্থ হৈ গৈছে।"আইনষ্টাইনে গাড়ীচালকৰ কথা শুনি আচৰিত!!!
"আইনষ্টাইনে গাড়ী চালকক কলে -ঠিক আছে, তেন্তে ইয়াৰ পিছত মোৰ যিখন সভা আছে ,তাৰ মানুহখিনি মোক চিনি নাপায় ,গতিকে তুমি মোৰ হৈ সভাত ভাষণ দিবা আৰু মই গাড়ীচালক হৈ তোমাৰ ঠাইত বহিঃ থাকিম।"
ঠিক সেইদৰে পিছৰ সেই সভাখনত গাড়ীচালকজনে আইনষ্টাইনৰ হৈ আইনষ্টাইনৰ দৰে সাইলাখ সলসলীয়াকৈ সভাত ভাষণ প্ৰদান কৰিলে ,আৰু সভাত অংশ গ্ৰহণ কৰা সকলো বিদ্যাৰ্থীয়ে তুমুল হাত চাপৰি বজাই সম্বোধন কৰিলে ।তাৰ পিছত সেই সকল বিদ্যাৰ্থীয়ে গাড়ীচালকক আইনষ্টাইন বুলি ভাবি আগবঢ়াই দিবলৈ গাড়ীৰ ওচৰত আহিলে।
ঠিক সেই সময়ত এজন অধ্যাপকে গাড়ীচালকক প্ৰশ্ন কৰিলে-"ছাৰ, আপুনি এই আপেক্ষিকৰ যিটো সংজ্ঞা দিলে ,ঠিক মই ধৰিব পৰা নাই, আৰু এবাৰ সংক্ষেপত বুজাই দিবনে ?"
তেতিয়া প্ৰকৃত আইনষ্টাইনে ভাবিলে যে এইবাৰ গাড়ীচালক শলঠেকত পৰিব, কাৰণ গাড়ীচালক কেনেকৈ উত্তৰ দিব?কিন্তু সেয়া নহয়গৈ গাড়ীচালকৰ উত্তৰ শুনি আইনষ্টাইন নিজেই স্তব্ধ হৈ গল।গাড়ীচালক জনে উত্তৰত কলে অধ্যাপকক-"আপুনি এই সহজ কথাটোৱে আপোনাৰ মগজুত নোসোমাল নে ?" মোৰ গাড়ীচালকক সোধক ভালকৈ বুজাই দিব।

বি:দ্ৰ:-জ্ঞানী মানুহৰ লগত থাকিলে আপুনিও এদিন এজন জ্ঞানী মানুহ হব পাৰে।আপুনি যেনেকুৱা মানুহৰ লগত সদায় সংগ দিব ,আপুনিও তেনেকুৱাই হব।
সেই কাৰণে বাংলা ভাষাত এষাৰ কথা আছে যে
"সৎ সঙ্গে স্বর্গ বাস
অসৎ সঙ্গে সৰ্বনাস"

#কাকপথাৰ_ডায়েৰী সংগৃহিত

 #কাকপথাৰ_ডায়েৰী
20/05/2025

#কাকপথাৰ_ডায়েৰী

কাকপথাৰৰ হিৰোজ শইকীয়াৰ বিজয়
20/05/2025

কাকপথাৰৰ হিৰোজ শইকীয়াৰ বিজয়

 #কাকপথাৰ_ডায়েৰী/১৫ মে':- সৰ্বোদয় মণ্ডল পুনৰ গঠন সন্দৰ্ভত সভা সম্পন্ন ৷ মহাত্মা গান্ধী আৰু বিনোৱা ভাৱেৰ আদৰ্শ আৰু দৰ্শনৰ...
15/05/2025

#কাকপথাৰ_ডায়েৰী/১৫ মে':- সৰ্বোদয় মণ্ডল পুনৰ গঠন সন্দৰ্ভত সভা সম্পন্ন ৷ মহাত্মা গান্ধী আৰু বিনোৱা ভাৱেৰ আদৰ্শ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি গঠিত সৰ্বোদয় মণ্ডলৰ এখন ৰাজহুৱা সভা ডুমডুমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয় গৃহত তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায় ৷

17/04/2023

নেপালত অনুষ্ঠিত হেণ্ডবল প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা লীলাম্বৰ মৰাণৰ ভাষ্য ৷

17/04/2023

কাকপথাৰ টঙনা গাঁৱৰ নেপালত হেণ্ডবল চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা ৰক্তিম মৰাণ ৷

সংস্কৃতি সাধক, বীৰ ৰাঘৱ মৰাণ ৰাজ্যিক বঁটা প্ৰাপ্ত, লেখক বৰমেছাই গাঁৱৰ সুখীধৰ দহোতীয়াৰ দেহাৱসান ৷
19/11/2022

সংস্কৃতি সাধক, বীৰ ৰাঘৱ মৰাণ ৰাজ্যিক বঁটা প্ৰাপ্ত, লেখক বৰমেছাই গাঁৱৰ সুখীধৰ দহোতীয়াৰ দেহাৱসান ৷

Address

Kakopather
Tinsukia
786152

Website

Alerts

Be the first to know and let us send you an email when Kakopather Diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share