12/07/2021
'কলাজ'ৰ সদৌ অসম চতুৰ্থ বাৰ্ষিক একক অভিনয় প্ৰতিযোগিতাৰ ফলাফল
কলাজ একক অভিনয় প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ - স্বাগতা ভৰালী
দাতা- আকাশ ফুকন
কৃষ্ণানন্দ বৰুৱা আৰু ৰেণু বৰুৱা সোঁৱৰণি দ্বিতীয় পুৰস্কাৰ - দ্বীপজ্যোতি ডেকা
দাতা - শান্তিছায়া বৰুৱা
লক্ষ্মীনাথ বৰুৱা সোঁৱৰণি তৃতীয় পুৰস্কাৰ - সঞ্জীৱনী বৰা
দাতা - মৌচুমী বৰা
কালিপ্ৰসাদ লস্কৰ সোঁৱৰণি চতুৰ্থ পুৰস্কাৰ- বিদ্যা ভাৰতী
দাতা - অজন্তা তালুকদাৰ
বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ক্ৰমে
১ সান্তনা হাজৰিকা
২ দীপশিখা ভূঞা
২ বিজয় শংকৰ
উদগনিমূলক বঁটা
১ লক্ষজিৎ গোচৰীয়া
২পৰিস্মিতা বৰুৱা
বিচাৰক
ডাঃ জাহানাৰা বেগম
মঞ্জুল বৰুৱা
গৰিমা গাৰ্গ
পৰ্যবেক্ষক
তৰালী শৰ্মা
প্ৰতিযোগিতা সমিতিৰ হৈ
নিৰজমণি বৰা, উপদেষ্টা ,কলাজ
কিশোৰ ৰঞ্জন , উপদেষ্টা , কলাজ
ৰনেল হুছেইন ,সভাপতি , কলাজ
তৰুণ তীৰ্থ শইকীয়া , সম্পাদক ,কলাজ
প্ৰবাল প্ৰিয়ংকৰ শইকীয়া , সভাপতি , কলাজ বোকাখাত
প্ৰণৱ শইকীয়া , উপসভাপতি , কলাজ , বোকাখাত ।