H Square , Jamugurihat

H Square , Jamugurihat সাহিত্য সংস্কৃতি ৰ সেৱাত উৎসৰ্গিত .....

📌 প্ৰকাশ পালে হিমাংশু ৰণ্‌জন ভূঞাৰ নৱতম গ্ৰন্থ  #জাতি_মাটি_ভেটি।প্ৰকাশক - ভাষা প্ৰকাশন। গুৱাহাটী। 📌  #জাতি_মাটি_ভেটি সীম...
21/05/2026

📌 প্ৰকাশ পালে হিমাংশু ৰণ্‌জন ভূঞাৰ নৱতম গ্ৰন্থ #জাতি_মাটি_ভেটি।
প্ৰকাশক - ভাষা প্ৰকাশন। গুৱাহাটী।

📌 #জাতি_মাটি_ভেটি সীমিত সংখ্যক কপিহে ছপা কৰা হৈছিল। আৰু মাত্ৰ কেইটামান কপি বাকী আছে। আজিয়েই আপোনাৰ কপিটো বুক কৰক।

📌 #জাতি_মাটি_ভেটি হোৱাটচ্ এপ যোগে অৰ্ডাৰ দিবলৈ 9435386040, 9864000260 নম্বৰত মেছেজ কৰক।
📌 জামুগুৰিহাটৰ আগ্ৰহী পাঠক সকলে ত্ৰিবেণী কৰ্ণাৰ ত গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব।
📌 মূল্য - ১৯০ টকা (ডাক খৰছ অতিৰিক্ত)।
📌 AMAZON ত অৰ্ডাৰ দিবলৈ ক্লিক কৰক - https://amzn.in/d/04ZRrqUv
(এমাজন এপত 'JAATI MATI BHETI' বুলি চাৰ্চ কৰিব পাৰে)

#জাতি_মাটি_ভেটি ゚ ゚ ゚

📌 আপোনাৰ সপোনৰ কিতাপখন সাম্প্ৰতিক প্ৰকাশন ৰ জৰিয়তে প্ৰকাশ কৰক। সবিশেষ জানিবলৈ 9854528304, 8486400157 নম্বৰত যোগাযোগ কৰি...
11/03/2026

📌 আপোনাৰ সপোনৰ কিতাপখন সাম্প্ৰতিক প্ৰকাশন ৰ জৰিয়তে প্ৰকাশ কৰক। সবিশেষ জানিবলৈ 9854528304, 8486400157 নম্বৰত যোগাযোগ কৰিব পাৰে।

📌 Publish Your Dream Book With Samprotik Publication.

📌 Contact - 9854528304, 8486400157

゚viralシviralシfypシ゚viralシalシ ゚

ACCESS BARS AT JAMUGURIHAT📞   9101448205
30/10/2024

ACCESS BARS AT JAMUGURIHAT
📞 9101448205

10/10/2024

For Access Bars Sessions Booking
📞 9101448205

04/07/2024

আপুনি আপোনাৰ প্ৰকাশিত বা প্ৰকাশ পাব লগীয়া গ্ৰন্থখনৰ সুদৃশ্য ৰঙীণ বিজ্ঞাপন অতি কম খৰচত ইতিমধ্যে অসমৰ বৌদ্ধিক জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জামুগুৰিহাটৰ পৰা প্ৰকাশিত বৈদ্যুতিন আলোচনী পষেকীয়া সাম্প্ৰতিক ত প্ৰকাশ কৰিব বিচাৰে নেকি ?

◾ বিজ্ঞাপন ৰ নিৰিখ তথা সবিশেষ জানিবলৈ যোগাযোগ কৰক - 9954812261 নম্বৰত... ।

নতুনচাম লেখকৰ লগতে আগ্ৰহী গ্ৰন্থ প্ৰকাশক গোষ্ঠী য়েও যোগাযোগ কৰিব পাৰিব। সম্পূৰ্ণ ৰঙীন ৰূপত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব।। ব...
01/07/2024

নতুনচাম লেখকৰ লগতে আগ্ৰহী গ্ৰন্থ প্ৰকাশক গোষ্ঠী য়েও যোগাযোগ কৰিব পাৰিব। সম্পূৰ্ণ ৰঙীন ৰূপত বিজ্ঞাপন প্ৰকাশ কৰা হ'ব।। বিজ্ঞাপনৰ নিৰিখ সম্পৰ্কে যোগাযোগ ৰ হোৱাটচ্ এপ্ আৰু ফোন নম্বৰ -
9954812261, 9864539966

পষেকীয়া সাম্প্ৰতিক
H Square , Jamugurihat

Address

Tezpur
784180

Alerts

Be the first to know and let us send you an email when H Square , Jamugurihat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to H Square , Jamugurihat:

Share