01/10/2026
কেতিয়াবা মনত পৰেনে কলেজৰ সেই দিনবোৰলৈ? কলেজৰ সেই মিঠা মিঠা লগা অনুভূতিবোৰলৈ। তেতিয়া এনেকুৱাও লাগে নহয়নে যে কলেজৰ সেই দিনবিলাকলৈ আমি পুনৰ উভতি যাম। যদি এনেকুৱা লাগে তেতিয়াহ'লে আহক আমি প্ৰেম এক্সেল খন চাওঁ। এন আৰ চিৰ লগে লগে বৰ্তমান টিয়কৰ চিত্ৰগৃহত নতুনকৈ ভূমিকা মাৰিব এখন নতুন অসমীয়া চলচ্চিত্ৰই যাৰ নাম হ'ব প্ৰেম এক্সেল। গতিকে এইখনকো চাবলৈ নাপাহৰিব ।
আমাৰ শ্ব টাইম 🎥🍿
দিনৰ ১১ বজাত তথা সন্ধ্যা ৫ বজাত আৰু নিশা ৮ বজাত NRC
প্ৰেম এক্সেলৰ টাইম দিনৰ ২ বজাত.
টিকট বুকিং BookMyShow ত কৰিব পাৰিব অথবা 9101503964 নম্বৰত কল কৰিও বুক কৰিব পাৰিব