পূৱ টংলা আঞ্চলিক শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ

  • Home
  • India
  • Tangla
  • পূৱ টংলা আঞ্চলিক শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ

পূৱ টংলা আঞ্চলিক শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ সমন্বয়ৰ এনাজৰী এক অবিৰত যাত্ৰা❤️🙏

04/11/2025

পূৱ টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদ্‌যাপন ৰ লগত সংগতি ৰাখি অনুস্থিত কৰা প্ৰতিযোগীতা সমূহ হৈছে...

াতি (ইং ৭ নবেম্বৰ,২০২৫) শুক্ৰবাৰ
িত্তিত_দিহা_নাম_প্ৰতিযোগীতা

দিহা নাম প্ৰতিযোগীতাৰ কিছু নিয়মাৱলী :

১: নাম সমূহ কীৰ্তনৰ পৰা হ’ব লাগিব |

২: প্ৰতিতো দলত আয়তীৰ সংখ্যা ১০ গৰাকীতকৈ কম আৰু ১৫ গৰাকীতকৈ বেছি হব নোৱাৰিব |

৩: সময় ১০ মিনিটৰ বেছি হ’ব নোৱাৰিব |

৪: ভৰ্তি মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে

াতি (ইং ৯ নবেম্বৰ, ২০২৫ ) দেওবাৰ
িত্তিত_কৃষ্ণ_নৃত্য_প্ৰতিযোগীতা

ভৰ্তি মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে

াতি (ইং ১০ নবেম্বৰ, ২০২৫) সোমবাৰ
িত্তিত_লোকগীত_প্ৰতিযোগীতা

ভৰ্তি মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে

কিবা জানিব লগীয়া থাকিলে বা নাম সমূহ দিব খুজিলে ৬৯০০৬৮৮৯২৯ এইটো নম্বৰত যোগাযোগ কৰিব, ধন্যবাদ🙏🏻🙏

নমস্কাৰ গ্ৰহণ কৰিব।আপোনাসৱক জনাবলৈ পাই সুখী হৈছো যে যোৱা বছৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি মৰম আৰু আশীৰ্বাদৰ সহায়ত পলাহগড়ত শ্...
10/10/2025

নমস্কাৰ গ্ৰহণ কৰিব।আপোনাসৱক জনাবলৈ পাই সুখী হৈছো যে যোৱা বছৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি মৰম আৰু আশীৰ্বাদৰ সহায়ত পলাহগড়ত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱটি 9দিনীয়া কাযসুচীৰে অনুস্থিত হৈ যয়।এইবেলি পুনৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰে 2য় বাৰ্ষিক ৰাস উৎসৱলৈ পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়ি আছো।অহাকালি ৰাস উৎসৱৰ লগত সংগতি ৰাখি অস্থায়ী কাৰ্যালয়টি আবেলি 5 বজাত শুভ উদ্বোধন কৰা হ'ব। সেয়েহে আপোনালোকৰ সহায় -সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কামনা কৰিলোঁ🙏🙏

দ্বিতীয় বাৰ্ষিক পূৱ টংলা আঞ্চলিক ৰাস উৎসৱ উদ্‌যাপনৰ প্ৰথম খন সভা🙏
24/08/2025

দ্বিতীয় বাৰ্ষিক পূৱ টংলা আঞ্চলিক ৰাস উৎসৱ উদ্‌যাপনৰ প্ৰথম খন সভা🙏

যোৱাবেলি সকলোৰে সহায় সহযোগত এখনি সুন্দৰ ৰাস উৎসৱ উদ্‌যাপন কৰিবলৈ সক্ষম হৈছিলো...এইবেলিও পূৱ টংলা আঞ্চলিক ৰাস উৎসৱটি সুন্...
23/08/2025

যোৱাবেলি সকলোৰে সহায় সহযোগত এখনি সুন্দৰ ৰাস উৎসৱ উদ্‌যাপন কৰিবলৈ সক্ষম হৈছিলো...এইবেলিও পূৱ টংলা আঞ্চলিক ৰাস উৎসৱটি সুন্দৰ ভাবে উদ্‌যাপন কৰাৰ বাবে এখনি সভা আহ্বান কৰা হৈছে সেয়ে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো🙏

তাৰিখ: ২৮/০৮/২০২৫
স্থান : পলাহগড় মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গন
সময় : দিনৰ ২ বজাত

19/11/2024

আহি কেনেকুৱা পালে জনাব...আৰু যিসকলে এতিয়াও আহা নাই এবাৰ আহি চাই যাওকহি😊🙏

18/11/2024

লোকগীত প্ৰতিযোগিতা -

অহা ১৯/১১/২০২৪ তাৰিখে সন্ধিয়া ৫:০০ বজাৰ পৰা লোকগীত প্ৰতিযোগিতা আৰম্ভ হ'ব ।
সেয়েহে যিবিলাক প্ৰতিযোগিয়ে প্ৰতিযোগিতাত যোগদান কৰিম বুলি ভাবি আছে তেওঁলোকক অতি সোনকালে তেওঁলোকৰ নাম সমূহ দিবলৈ অনুৰোধ জনালো🙏🏻
স্থান -পূৱ টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন সমিতি
পলাহগড় ।।
সাংস্কৃতিক বিভাগ
যোগাযোগৰ নম্বৰ -+91 69006 88929

16/11/2024

আজি ইং ১৬/১১/২০২৪ তাৰিখ শনিবাৰে দ্বিতীয় নিশাৰ কাৰ্যসূচী বৈজয়ন্তী নাথ তালুকদাৰৰ নাগাৰা নামৰ প্ৰদৰ্শন চলি আছে।পৰবৰ্তী নাগাৰা নামৰ প্ৰদৰ্শন আছে ইং ২০/১১/২০২৪ তাৰিখ বুধবাৰে সুভাষ নাথ দেৱৰ। সকলো ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিলো।

16/11/2024

পূৱ টংলা আঞ্চলিক শ্ৰী কৃষ্ণ ৰাস উৎসৱ।

16/11/2024

কৃষ্ণ নৃত্য প্ৰতিযোগিতা -

অহা ১৭/১১/২০২৪ তাৰিখে সন্ধিয়া৬ :০০ বজাৰ পৰা কৃষ্ণ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব ।
সেয়েহে যিসকলে প্ৰতিযোগিতাত যোগদান কৰিম বুলি ভাবি আছে তেওঁলোকক অতি সোনকালে তেওঁলোকৰ নাম সমূহ দিবলৈ অনুৰোধ জনালো🙏🏻
স্থান -পূৱ টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন সমিতি
পলাহগড় ।।
সাংস্কৃতিক বিভাগ
যোগাযোগৰ নম্বৰ -+91 69006 88929

15/11/2024

দিহা নাম প্ৰতিযোগিতা -

অহা ১৮/১১/২০২৪ তাৰিখে দিনৰ ৩:০০ বজাৰ পৰা দিহা নাম প্ৰতিযোগিতা আৰম্ভ হ'ব ।
সেয়েহে যিবিলাক নামতি দলে প্ৰতিযোগিতাত যোগদান কৰিম বুলি ভাবি আছে তেওঁলোকক অতি সোনকালে তেওঁলোকৰ নাম সমূহ দিবলৈ অনুৰোধ জনালো🙏🏻
স্থান -পূৱ টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন সমিতি
পলাহগড় ।।
সাংস্কৃতিক বিভাগ
যোগাযোগৰ নম্বৰ -+91 69006 88929

Address

Palahgarh
Tangla

Website

Alerts

Be the first to know and let us send you an email when পূৱ টংলা আঞ্চলিক শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category