Assam mj studio

Assam mj studio Live life your freely..

22/02/2025
07/01/2022

অসমীয়া গানৰ অৱস্থা এয়া। 😂

07/01/2022

Moromor onuvoti.

22/10/2021

😍😍😍চুই দিয়া😍😍😍
😍😍মহাদেৱৰ ভক্ত যদি হয়😍😍😍

21/10/2021

#অনুগ্ৰহ_কৰি_পঢ়িব,,
আপোনালোকৰ অকণমান সঁহাৰিয়ে মোৰ ভাইটিৰ মুখত হাঁহি বিৰিঙাব পাৰে।

নমস্কাৰ, প্ৰিয় বন্ধুবৰ্গ তথা জ্যেষ্ঠ সকল,,
আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ যে মোৰ ভাতৃ KRISHNA SAIKIA যোৱা ১৯ জুন ২০২১ তাৰিখে নাওবৈছা পেট্ৰল পাম্পৰ ওচৰত এক দুৰ্ঘটনাত পতিত হয় ( মেজিক গাড়ীয়ে মহতীয়াই লৈ যায়)। উক্ত দুৰ্ঘটনাত ভাইটিৰ দুয়োখন ভৰিৰ যথেষ্ট ক্ষতি হয়। আমি পৰিয়ালে ভাইটিক ডিব্ৰুগড়ত ৩ মাহৰ অধিক চিকিৎসা কৰি কৰি আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছো কিন্তু ভাইটিক বৰ্তমানেও উন্নত চিকিৎসাৰ প্ৰয়োজনৰ বাবে ভাইটিক পাটনাত লৈ যাব লগা হৈছে। ভাইটিৰ চিকিৎসাৰ বাবে অৰ্থৰ যথেষ্ট অভাৱ হৈছে। গতিকে আপোনালোকৰ অকণমান আশীৰ্বাদ আৰু সহায় পালে ভাইটি সুস্থ হৈ উঠিব বুলি আশা কৰিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি যিয়ে যেনেকে যিমান পাৰে ভাইটিৰ বাবে অকনমান সহায় কৰিলে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম।

A/C: 500101010929621
IFSC: CIUB0000138
A/C Holder:- Dulumoni Saikia.
Google pay:- 7022692566

আপুনি সহায় কৰিব নোৱাৰিলেও, পোষ্টটো শ্বেয়াৰ কৰি দিব।

16/09/2021

হৰ হৰ মহাদেৱ❤️🔱❤️

14/09/2021

What the looking nature's picture.

Address

Barpeta
Sorbhog
781317

Telephone

+918822836552

Website

Alerts

Be the first to know and let us send you an email when Assam mj studio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Assam mj studio:

Share