Bim Aan Baba Initiative

Bim Aan Baba Initiative আমি চিনেমাৰে কথা পাতিব খোজো ৷

বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ আন্তৰিক আতিথ্য তথা সহযোগত Bim Aan Baba Initiative  আৰু folkBEE Edutainment ৰ নিবেদন project -...
07/09/2025

বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ আন্তৰিক আতিথ্য তথা সহযোগত
Bim Aan Baba Initiative আৰু
folkBEE Edutainment ৰ নিবেদন
project - The Conversation শৃংখলাৰ তৃতীয়খন ছৱি
“ কখগ...SOME ANECDOTES” ৰ প্ৰিমিয়াৰ অনুষ্ঠানৰ কিছু স্থিৰচিত্ৰ আপোনালোকলৈ আগবঢ়ালোঁ ৷

ছৱিখনৰ জৰিয়তে আমি
মূলত ছাত্ৰ- ছাত্ৰী , অভিভাৱক আৰু শিক্ষকসকলে একেটা বিন্দুত ৰৈ আগোৱাই যাৱ পৰাতহে শিক্ষাৰ পূৰ্ণতা ৷ তাক সজোৰে ক’বলৈ বিচাৰিছোঁ ৷ গাঁৱ অঞ্চলৰ নিম্ন মধ্যবিত্ত মানুহখিনিৰ সংগ্ৰামখনক পোহৰৰ পথ এটা দিবলৈ যত্ন কৰিছোঁ ছৱিখনৰ জৰিয়তে ৷

আমাৰ সমাজত হৈ থকা (ঘটি থকা ) একাধিক ঘটনা আৰু শিশুমনত তাৰ প্ৰভাৱ তাক আধাৰ হিচাপে লৈ তাৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে এনেকুৱা হ’লে কেনেকুৱা হয় ? বা ভাল পৰিণতি এটা এনেকুৱাকৈ প্ৰতিষ্ঠা কৰিবলৈ কিহৰ প্ৰয়োজন হ’ব পাৰে ? আমি সেই কামবোৰ দেখুন সহজতেই কৰিব পাৰোঁ ৷
তেনেকুৱা এটা ধাৰণা দিবলৈ কাহিনীটোক উপস্থাপনৰ প্ৰয়াস কৰিছোঁ ৷

এইখিনি কৰিবলৈ যাওঁতে আমি চেষ্টা কৰিছোঁ
প্ৰচলিত ব্যৱস্থাটোক সমালোচনা নকৰাকৈ যাতে ব্যৱস্থাটোত অংশ লৈ থকা বিশেষ সকলক আত্মসমালোচনা কৰিবলৈ আমি সুযোগ দিব পাৰোঁ ৷
আৰু সেইবাবেই আমি সকলোৱে মিলি আলোচনা কৰি আগোৱাব পৰাকৈ একাধিক খণ্ডছৱি আমাৰ ৬০ মিনিট দৈৰ্ঘ্যৰ ছৱিখনত অংকন কৰিবলৈ প্ৰয়াস কৰিছোঁ ৷

আমাৰ মূল উদেশ্য
মনোৰঞ্জনৰ চলেৰে শিক্ষা ৷

আমাৰ সহযোগী হৈ ছৱিখনৰ প্ৰযোজনা কৰিছে বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ হৈ শ্ৰীযুত বিপুল গগৈ ডাঙৰীয়া আৰু শ্ৰীযুতা মঞ্জুলা চেতিয়া ডাঙৰীয়ানীয়ে ৷
এই ছেগতে দুয়োকে ধন্যবাদ জনালোঁ ৷
লগতে প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে থাকি আমাক কামখিনি কৰাত সহায় কৰা শ্ৰীযুতা কাব্যশ্ৰী তামূলী আৰু শ্ৰীযুত ৰাতুল গগৈ ডাঙৰীয়াকো ধন্যবাদ জনালোঁ ৷

ছৱিখনৰ
শব্দ গ্ৰহণ , শব্দ সংযোজন আৰু সংগীতৰ দায়িত্বত আছে চন্দন বিজিত চেতিয়া আৰু তেওঁৰ টীম ৷
চিত্ৰগ্ৰহণ , সম্পাদনা আৰু ৰং সংৰূপনৰ দায়িত্বত আছে কিষান চুনাৰ আৰু তেখেতৰ টীম ৷

কাহিনী , চিত্ৰলেখন আৰু পৰিচালনাৰ দায়িত্বত আছে বিম আন বাবা বৰগোহাঁই আৰু তেখেতৰ টীম ৷

বি. দ্ৰ.
ছৱিখনত অভিনয় কৰা সকলোখিনি শিল্পী একেবাৰে নতুন ৷

project - “ ব’হাগী তগৰ ”
16/05/2025

project - “ ব’হাগী তগৰ ”

project - ব’হাগী তগৰ
15/05/2025

project - ব’হাগী তগৰ

Project - “ ব’হাগী তগৰ ”
14/05/2025

Project - “ ব’হাগী তগৰ ”

17/04/2025

মৰমী ব’হাগ

আমাৰ নাটক “ মহীয়সী জয়া ”
10/04/2025

আমাৰ নাটক
“ মহীয়সী জয়া ”

21/03/2025

“মোক দেখিলে কেলৈ তই নেমাত ”

কল্যাণী ❤️
পূজাশ্ৰী ❤️
আৰু শ্যামলী ❤️

26/02/2025

❤️

❤️
25/02/2025

❤️

Address

Maibella
Sonari

Website

Alerts

Be the first to know and let us send you an email when Bim Aan Baba Initiative posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share