ratul nikhasore vlog

ratul nikhasore vlog Follow মোৰ ফেচবুক পৃষ্ঠালৈ স্বাগতম 🙏♥️♥️♥️💯👈যাৰ GF নাই সি GF বিচাৰি ফুৰে আৰু যাৰ আছে সি শান্তি

07/08/2026

কেৰেলাত থকা এজন ভাইটীয়ে মোক ফোন কৰিছিল। তেওঁ ক'লে মই আজি চাৰি মাহ ধৰি কেৰেলাত আছোঁ। ইয়াত অবিৰত বৰষুণৰ বাবে বহু ঠাই পানীত ডুব গৈছে আৰু কাম-কাজো বন্ধ হৈ আছে। 🌊🥹

07/08/2026

কেৰকেৰ ভঙা চাইকেল ♥️♥️

06/08/2026

নমস্কাৰ মৰমৰ সকলো বন্ধু-বান্ধৱী। আজি আপোনালোকৰ মাজলৈ এটা বিশেষ কথা লৈ আহিছোঁ।
মই খুব সোনকালে এটা নতুন গান আপলোড কৰিবলৈ ওলাইছোঁ। কিন্তু তাৰ আগতে আপোনালোকৰ মতামত জানিব বিচাৰিছোঁ। আপোনালোকে মোৰ গান শুনিবলৈ আগ্ৰহী নেকি? গানটো ভাল লাগিব নে নাই, সেই বিষয়ে আপোনালোকৰ সঁচা মতামত কমেণ্টত জনাব।
আপোনালোকৰ উৎসাহ আৰু সমৰ্থনেই মোৰ আটাইতকৈ ডাঙৰ শক্তি। যদি আপোনালোকে ভাল সঁহাৰি দিয়ে, তেন্তে অতি সোনকালে গানটো আপোনালোকৰ মাজলৈ লৈ আহিম।
গতিকে, অনুগ্ৰহ কৰি কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু মৰম-সহযোগিতা আগবঢ়াব। ধন্যবাদ।

05/08/2026

এতিয়া অসমত যি ধৰণৰ বানপানীৰ বিভীষিকা দেখিলোঁ, সেয়া মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। কিমান মানুহৰ কান্দোন, কিমানজনৰ চকুপানী… কোনোবাই নিজৰ আপোনজনক হেৰুৱাইছে, আন কোনোবাই নিজৰ ঘৰ-দুৱাৰ। এই দুখ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।
মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ—সকলো বানপীড়িত মানুহে যেন সাহস পায়, আৰু সোনকালে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে। 🙏💔

03/08/2026

ছোৱালীৰ জীৱন সঁচাকৈয়ে বহু দায়িত্ব আৰু পৰিবৰ্তনেৰে ভৰা। নিজৰ জন্মঘৰ এৰি আন এখন ঘৰক নিজৰ ঘৰ হিচাপে আকোৱালি ল'ব লাগে। নতুন পৰিয়াল নতুন সম্পৰ্ক নতুন

01/08/2026

আমি লৰা মানুহ। জীৱনত দায়িত্ব বহুত কষ্টও বহুত। বাহিৰত আমি হাঁহি থাকোঁ কিন্তু বুকুৰ ভিতৰত কিমান চিন্তা কিমান দুখ লুকাই থাকে সেয়া সকলোৱে নুবুজে।

31/07/2026

আপোনালোকে এটা কথা সদায় মনত ৰাখিব—মানুহে যিমানেই ধনী নহওক কিয় টকা-পইচাৰে কেতিয়াও মান-সন্মান কিনিব নোৱাৰে। এই সত্যটো আমি সকলোৱে জানো। সেয়ে নিজৰ মান-সন্মান অটুট ৰাখি আনকো সন্মান কৰাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। মান-সন্মানেই মানুহৰ প্ৰকৃত পৰিচয়।

30/07/2026

মই এটা কথাই ভাবি নাপাওঁ। মানুহে কয়শান্ত হোৱা আজি দুখ আছে কাইলৈ সুখ আহিব। কিন্তু সেই সুখটো পোৱাৰ বাবে মানুহে কিমান কষ্ট সহিব লাগে কিমান ত্যাগ কৰিব লাগে কিমান সপোন এৰি দিব লাগে সেই কথা কোনো নকয়।

28/07/2026

♥️♥️✅🍎

27/07/2026

যিসকল মানুহ আজি বানপানীৰ কৱলত পৰি দুৰ্দশাগ্ৰস্ত হৈ আছে তেওঁলোকৰ দুখ-কষ্টৰ কথা এবাৰ হলেও চিন্তা কৰি চাওক। আমি হয়তো আজি নিজৰ ঘৰতে সুখ-শান্তিৰে আছোঁ, কিন্তু বহু পৰিয়ালে ঘৰ সম্পত্তি খাদ্য আৰু আশ্ৰয় হেৰুৱাই অতি কষ্টেৰে দিন কটাইছে।

Address

Silchar

Website

Alerts

Be the first to know and let us send you an email when ratul nikhasore vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category