Anamika's Creations: Titanic Point

Anamika's Creations: Titanic Point Art & scenery

06/09/2026

চাৰিওফালে শান্তি বিৰাজমান , সকলো আহিছে , মনত পুহি ৰখা কিছুচিন্তা ভাৱনাৰ পৰা পৰিত্ৰাণ পাবলৈ, পূজা আৰাধনা কৰিছে ।

05/09/2026

আজিৰ শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত প্ৰতি গৰাকী শিক্ষক লৈ শুভকামনা জনালো । তেওঁলোকৰ সমাজৰ প্ৰতি থকা অৱদানৰ ফলতেই আমি এখন সুস্থ সমাজৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ ।

02/09/2026

আজিও চৰ্চাত , কেনেকৈ টিকি থাকিল এই ঘৰতো ।ঘৰটোৰ আন্তগাথঁনিৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ আৰম্ভ কৰিছে ।

কেতিয়াও ভাবিব নোৱাৰা এই পল সমাগত😭
02/09/2026

কেতিয়াও ভাবিব নোৱাৰা এই পল সমাগত😭

02/09/2026
02/09/2026

ভাদ মাহৰ নাম প্ৰসংগত নামঘৰ সমূহ চহৰ নগৰ সকলোতে ভৰি থাকে, খুব ভাল লাগে ,বয়স ভেদে সকলো আহি নামঘৰত হৰি গুণ কীৰ্ত্তনত বিলীন হৈ পৰে । আমিও সৰুতে মাহ প্ৰসাদ,মিঠৈ আদি খাব পাওঁ কাৰণে প্ৰায় যাওয়ে । আৰু তেনেদৰে কণ মইনা সকলে দেখি দেখি একো একোটা পৰম্পৰা চলাই নিব পৰাকৈ সাজু হৈ উঠে ।এইটো এটা সুন্দৰ ভাল লগা কথা ,কিয়নো গুৰু জনাই দি থৈ যোৱা অৱদান সমূহ সকলোৱে আদৰি লব পৰিছে ।

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Anamika's Creations: Titanic Point posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category