28/08/2023
আপোনালোক সকলোকে জনাব পাই সূখী হৈছো যে অহা মাহৰ পৰা আমাৰ ষ্টুডিঅ'ত Gymnastic(Flip & Trick)অৰ class আৰম্ভ হব।যি সকল বত'মানেও আমাৰ ষ্টুডিঅ'ত ক্লাছ কৰি আছে তেওলোকে নতুনকৈ Admission লোৱাৰ প্ৰয়োজন নাই।নতুনকৈ যিসকল আহিব তেওলোকে admission আৰু মাহেকীয়া ফিজ দিব লাগিব।বাকী সকলে কেৱল মাহেকীয়া ফিজ দিব লাগিব।Admission fees.....500/-
Monthly fees.....400/-
Class......one week in two days.
Mobile no....99573-45084
Place....Gaurisagar PDS.