Budding Artists' House Of Innovation

Call Directions Website Contact the establishment

Budding Artists' House Of Innovation BUDDING ARTISTS'HOUSE OF INNOVATION is a Creative Cum Commercial Space for our Indigenous and Individual Creative Artists.

We are tied up with the Online Shopping Platform E-Royal Mart.

মানুহে সজা পৃথিৱী খন কিদৰে নিমিষতে শেষ হৈ যায়!'বাঁহী'ৰ উদ্যোগত আমি আমাৰ নিজৰ মানুহ বোৰৰ মাজত থিয় দি অকণমান তেওঁলোকৰ দু...
01/08/2026

মানুহে সজা পৃথিৱী খন কিদৰে নিমিষতে শেষ হৈ যায়!

'বাঁহী'ৰ উদ্যোগত আমি আমাৰ নিজৰ মানুহ বোৰৰ মাজত থিয় দি অকণমান তেওঁলোকৰ দুখ বোৰৰ সমভাগী হোৱাৰ যি প্ৰথমটো প্ৰয়াস আছিল, তাত আমি দুটি অঞ্চল চুবলৈ চেষ্টা কৰিলো। প্ৰথমটো অঞ্চল আছিল শিৱসাগৰৰ পলশনি, তথা দ্বিতীয় টো অঞ্চল আছিল মাহমৰাৰ শান্তিপুৰ।

প্ৰথমটো অঞ্চল পলশনিলৈ সাহায্যৰ টোপোলা বোৰ লৈ যাওঁতে আন বহু সদাশয় ব্যক্তিৰ লগতে 'ৰ কিছু সদস্যই আৰ্থিক সহযোগ আগবঢ়ালে। দ্বিতীয় টো অঞ্চল শান্তিপুৰলৈ যাওঁতে আন সদাশয় ব্যক্তি সকলৰ লগতে #প্ৰত্যাশা আমাৰ সহযোগী হ'ল।

প্ৰত্যেক গৰাকী ব্যক্তি তথা অনুষ্ঠানলৈ আমি বিপদত থকা সেই মানুহ বোৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো। আমাৰ হাতত কিছু অৰ্থ মজুত যদিও এই অৰ্থ কোনো এক অঞ্চললৈ গৈ সাহায্য আগবঢ়াবলৈ এতিয়াও যথেষ্ট নহয়। আৰু কিছুমান আৰ্থিক সহযোগে আমাক আৰু কিছুমান বানৰ কবলত পৰি সৰ্বস্ব হেৰুৱাই দিয়া মানুহৰ ওচৰলৈ গৈ তেওঁলোকক এই মূহুৰ্তত কিছু সকাহ দিয়াত আমাৰ সাহস হ'ব পাৰে। আপোনালোকে সহযোগ কৰিব বিচাৰিলে আগবাঢ়ি আহিব পাৰে। আপোনালোকে যিকোনো প্ৰকাৰৰ সহযোগ আগবঢ়াব বিচাৰিলে ৮৭২০৯৩৭৮৪৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ।

বিঃদ্ৰঃ আমি প্ৰত্যেকে গৰাকী দাতাৰ/সহযোগীৰ পৰিচয় যি আমাৰ প্ৰথম দুটি অঞ্চললৈ গৈ বানপীড়িত ৰাইজক কিছু সকাহ প্ৰদান কৰাত আমাৰ লগত আহিল, সোনকালেই মুকলি কৰিম।

Utpal K Tanti

 's We, the   are trying for a relief to the flood affected people. We therefore appeal to you all if you can contribute...
24/07/2026

's



We, the are trying for a relief to the flood affected people. We therefore appeal to you all if you can contribute, so that we can provide these families a sigh of relief at this hour of calamity. You can send your donations in the number 8720937848.
Please send a screenshot of the donations with your name at the same number. Thank you.

আমি #বাঁহী 'ৰ পৰিয়াল টোৱে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক সহায়ৰ অৰ্থে আগবাঢ়িছো। সেয়ে আপোনালোকলৈ আমাৰ অনুৰোধ যদি আপোনালোকে আমাক সহযোগ আগবঢ়াব খোজে, যাতে এই পৰিয়াল সমূহক আমি কিছু সকাহ প্ৰদান কৰিব পাৰোঁ। আপোনালোকে টকাবোৰ 8720937848 নম্বৰলৈ পঠিয়াব পাৰিব। পঠিওৱাৰ পাছত আমালৈ একেটা নম্বৰত আপোনালোকৰ নামৰ সৈতে স্ক্ৰীনশ্বট এটা পঠিয়াই থ'বলৈ অনুৰোধ জনালো। ধন্যবাদ।

Address

Sapekhati
785692

Alerts

Be the first to know and let us send you an email when Budding Artists' House Of Innovation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Budding Artists' House Of Innovation:

Shortcuts

Share