19/10/2025
সমূহ অসমবাসী ৰাইজৰ মৰম-আশীষ কামনাৰে......!
২০২৬-২৭ নাট্যবৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ প্ৰথমখন পোষ্টাৰ মুকলি ।
পূৰ্বতকৈ বহু ব্যতিক্ৰমী আৰু ভ্ৰাম্যমাণৰ ইতিহাসত সবাতোকৈ ব্যয়বহুল প্ৰযোজনাৰে ৰাজতিলকৰ মঞ্চলৈ আহি আছে বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মাৰ ৰচনা- পৰিচালনা তথা নুৰুদ্দিন আহমেদৰ কাৰিকৰী কৌশলৰে সমৃদ্ধ চাৰিখন মঞ্চযুক্ত - #হাইজেক।
#তগৰ