Hagurigaon Rongali Bihu Sanmilany

Hagurigaon Rongali Bihu Sanmilany " হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনী "
হাগুৰীগাঁও গোসাঁইঘৰ প্ৰাঙ্গণ (বকুল কায়স্থ ক্ষেত্ৰ)

"ধুমুহাৰ সতে মোৰবহুযুগৰে নাচোন..."আমাৰ হিয়াৰ আমঠু, জনতাৰ প্ৰাণৰ শিল্পী, ৰাইজৰ মাজত থাকি ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা জুব...
23/09/2025

"ধুমুহাৰ সতে মোৰ
বহুযুগৰে নাচোন..."

আমাৰ হিয়াৰ আমঠু, জনতাৰ প্ৰাণৰ শিল্পী, ৰাইজৰ মাজত থাকি ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা জুবিন গাৰ্গলৈ অশ্রুসিক্ত শ্ৰদ্ধাঞ্জলি। আমাৰ মৰমৰ জুবিন দা সুখত থাকক।

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ ৩ বহাগৰ সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ কিছু ...
25/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ ৩ বহাগৰ সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ কিছু মূহুৰ্ত।

24/04/2025

মুকলি বিহু .....

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কংকন কাশ্যপৰ সংগীত অনুষ্ঠানৰ কিছু মূহুৰ্ত।
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কংকন কাশ্যপৰ সংগীত অনুষ্ঠানৰ কিছু মূহুৰ্ত।

21/04/2025

সাংস্কৃতিক সন্ধিয়া বিশেষ.....
Kankan Kashyap

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কাৰিশ্মা দেবীৰ সংগীত অনুষ্ঠানৰ কিছু মূহুৰ্ত।
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কাৰিশ্মা দেবীৰ সংগীত অনুষ্ঠানৰ কিছু মূহুৰ্ত।

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈছিল অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থ...
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈছিল অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ছাৰ। তেখেত আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ হাঁহ ধৰা খেলৰ কিছু মূহুৰ্ত।
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ হাঁহ ধৰা খেলৰ কিছু মূহুৰ্ত।

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ দ্বিতীয় দিনাৰ পৰম্পৰাগত পুৰুষ আৰু মহিলাৰ ৰছী টনা খেলৰ কিছু মূহুৰ্ত।
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ দ্বিতীয় দিনাৰ পৰম্পৰাগত পুৰুষ আৰু মহিলাৰ ৰছী টনা খেলৰ কিছু মূহুৰ্ত।

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ চিত্ৰাংকন আৰু সাহিত্য প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত।
21/04/2025

হাগুৰীগাঁও ৰঙালী বিহু সন্মিলনীৰ তৃতীয় দিনাৰ চিত্ৰাংকন আৰু সাহিত্য প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত।

Address

Hagurigaon, Bajali/
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Hagurigaon Rongali Bihu Sanmilany posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share