ভ্ৰাম্যমাণ প্ৰেমিক

ভ্ৰাম্যমাণ প্ৰেমিক ভ্ৰাম্যমাণ থিয়েটাৰৰ সকলো খবৰ এইখন Pageঅট পাই থাকিব ধন্যবাদ

অনিবাৰ্য কাৰণবশত: থিয়েটাৰ  #ভাগ্যদেৱীৰ এই বৰ্ষৰ ' #মা তুমি ক'ত' নাটকখনৰ ক্ষেত্ৰত কিছু পদক্ষেপ হাতত ল'বলগীয়া হ'ল বুলি জনা...
30/08/2024

অনিবাৰ্য কাৰণবশত: থিয়েটাৰ #ভাগ্যদেৱীৰ এই বৰ্ষৰ ' #মা তুমি ক'ত' নাটকখনৰ ক্ষেত্ৰত কিছু পদক্ষেপ হাতত ল'বলগীয়া হ'ল বুলি জনাইছে প্ৰযোজকে।কিছু বিশেষ অসুবিধাৰ বাবে দুয়োপক্ষৰ বুজাবুজিৰ মাজেৰে 'মা তুমি ক'ত' নাটকখন অন্য এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰক দায়িত্বভাৰ প্ৰদান কৰা হ'ল একে নামেৰে।এতিয়া নাটকখন ন-ৰূপেৰে লিখিব জনপ্ৰিয় নাট্যকাৰ #পল্লৱ পৱন বৰাই। সমূহ অসমবাসীৰ পৰা ৫৭ সংখ্যক নাট্যবৰ্ষত সঁহাৰি তথা আৰ্শীবাদ কামনা কৰিলে ভাগ্যদেৱীয়ে।

সোণালী জয়ন্তী বৰ্ষ গৰকা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল  #বীণাপানী থিয়েটাৰৰ ব্যয়বহুল আয়োজন অভিজিত ভট্টাচাৰ্য দেৱৰ নতু...
30/08/2024

সোণালী জয়ন্তী বৰ্ষ গৰকা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল #বীণাপানী থিয়েটাৰৰ ব্যয়বহুল আয়োজন অভিজিত ভট্টাচাৰ্য দেৱৰ নতুন চিন্তা নতুন ৰূপ #মিলনমালা
এটা সুন্দৰ দৃশ্যত বজালী গৌৰৱ ৰাজকুমাৰ আৰু ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা অঞ্জনজৌতি বেজ।

ভ্ৰাম্যমাণৰ পথাৰখনত দ্বিতীয় বৰ্ষত পদাৰ্পন কৰা অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদল  #থিয়েটাৰ ৰূদ্ৰাক্ষ ই নটৰাজক প্ৰণাম জনা...
30/08/2024

ভ্ৰাম্যমাণৰ পথাৰখনত দ্বিতীয় বৰ্ষত পদাৰ্পন কৰা অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদল #থিয়েটাৰ ৰূদ্ৰাক্ষ ই নটৰাজক প্ৰণাম জনাই আৰু নাট্যপ্রেমী ৰাইজৰ আশীর্বাদ বিচাৰি অহা ১ চেপ্তেম্বৰ ৰবিবাৰে ২০২৪-২৫ নাট্যবৰ্ষৰ নাট্যযাত্ৰা আৰম্ভ কৰিব।
এইছেগতে থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলীলৈ মোৰ আন্তৰিক শুভকামনা জনালো।

নলবাৰীৰ প্ৰথমটি পেণ্ডেল ভদ্ৰাত নলবাৰীবাসী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আজিৰ পৰা   তিনিদিনিয়া কাৰ্যসূচীৰে ৩০,৩১...
30/08/2024

নলবাৰীৰ প্ৰথমটি পেণ্ডেল ভদ্ৰাত নলবাৰীবাসী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আজিৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে ৩০,৩১ আগষ্ট আৰু ১ চেপ্তেম্বৰত আমি ৰাজতিলক থিয়েটাৰ উপস্থিত থাকিম নলবাৰী জিলাৰ মুকালমুৱাৰ নাৰায়নপুৰত ।

আজি আমাৰ প্ৰথম নিশা।আজি এই প্ৰথম নিশাত আমি মঞ্চস্থ কৰিম , বিশিষ্ট নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাৰ- ‘অভিযন্তাৰ সেন্দুৰীয়া মন’। গতিকে সমূহ নলবাৰীবাসী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ 🙏🏻

আজি নলবাৰী জিলাৰ বড়ী তাপাত  #ৰাজধানী_থিয়েটাৰৰ মঞ্চত জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপ ৰচিত আৰু পৰিচালিত নাট  #বিশ্বনাথ_জীয়াই_...
30/08/2024

আজি নলবাৰী জিলাৰ বড়ী তাপাত #ৰাজধানী_থিয়েটাৰৰ মঞ্চত জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপ ৰচিত আৰু পৰিচালিত নাট #বিশ্বনাথ_জীয়াই_আছে লৈ দৰ্শকৰ অকুণ্ঠ সঁহাৰি

নটৰাজ বাবাৰ আশীষ শিৰত লৈ অহাকালি ৩১ আগষ্ট ২০২৪ ইং তাৰিখে  #লুইতপৰীয়া_থিয়েটাৰে অষ্টম নাট্যবৰ্ষৰ শুভ নাট্যযাত্ৰাৰ পাতনি মে...
30/08/2024

নটৰাজ বাবাৰ আশীষ শিৰত লৈ অহাকালি ৩১ আগষ্ট ২০২৪ ইং তাৰিখে #লুইতপৰীয়া_থিয়েটাৰে অষ্টম নাট্যবৰ্ষৰ শুভ নাট্যযাত্ৰাৰ পাতনি মেলিব ।

উদ্বোধনী নাটঃ বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ #ৰংপুৰৰ_লখিমী ।
স্থানঃ গোৰেশ্বৰ উঃ মাঃ বিদ্যালয় খেলপথাৰ
সময়ঃ সন্ধিয়া ৭:০০ বজাত

সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল ।।

নলবাৰীৰ বলোৱা কুমাৰীকটাত ৰাজলক্ষ্মী থিয়েটাৰৰ আজি দ্বিতীয় নিশাৰ প্ৰথম দৰ্শনীৰ নাটক চম্পক শৰ্মাৰ  #ঘা নাটখনক লৈ দৰ্শকৰ অভ...
30/08/2024

নলবাৰীৰ বলোৱা কুমাৰীকটাত ৰাজলক্ষ্মী থিয়েটাৰৰ আজি দ্বিতীয় নিশাৰ প্ৰথম দৰ্শনীৰ নাটক চম্পক শৰ্মাৰ #ঘা নাটখনক লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি.....

একেই  ধামাকা  আজিও আৱাহন থিয়েটাৰৰ ৰংগমঞ্চত  #মেডাম  #মেনকা।। লোকে লোকাৰণ্য আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহ।।।। দ্বিতীয় দৰ্...
30/08/2024

একেই ধামাকা আজিও আৱাহন থিয়েটাৰৰ ৰংগমঞ্চত #মেডাম #মেনকা।। লোকে লোকাৰণ্য আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহ।।।। দ্বিতীয় দৰ্শনীত একেই জন সমুদ্ৰ।।। প্ৰেক্ষাগৃহৰ বাহিৰত দ্বিতীয় দৰ্শনীৰ বাবে অগনণ দৰ্শক ৰৈ আছে॥

আজি মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত বৃন্দাবন থিয়েটাৰৰ মঞ্চত এই বৰ্ষৰ বহুল চৰ্চিত নাট ৰাজদ্বীপৰ বিষাক্ত গোলাপ।ৰাজেশ ভূঞাৰ পৰ...
30/08/2024

আজি মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত বৃন্দাবন থিয়েটাৰৰ মঞ্চত এই বৰ্ষৰ বহুল চৰ্চিত নাট ৰাজদ্বীপৰ বিষাক্ত গোলাপ।ৰাজেশ ভূঞাৰ পৰিচালনাৰে পৰিচালিত বিষাক্ত গোলাপৰ আজি দুটাকৈ দৰ্শনী।

আজি বাক্সা জিলাৰ আনন্দ বজাৰত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচার্যৰ  েজৰ_টোপাল
30/08/2024

আজি বাক্সা জিলাৰ আনন্দ বজাৰত থিয়েটাৰ সূৰ্য্যৰ মঞ্চত
নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচার্যৰ েজৰ_টোপাল

Address

Pathsala
781325

Alerts

Be the first to know and let us send you an email when ভ্ৰাম্যমাণ প্ৰেমিক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share