Bajali Art -বজালী আৰ্ট

Bajali Art -বজালী আৰ্ট Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bajali Art -বজালী আৰ্ট, Visual Arts, Pathsala Station Road, Pathsala.

15/03/2026

বজালী আৰ্ট একাডেমীৰ এই বৰ্ষৰ শেষৰটো পাঠদান ll

14/03/2026
টিহু FCI ৱাল পেইণ্টিং ll
14/06/2025

টিহু FCI ৱাল পেইণ্টিং ll

30/03/2025

বজালী আৰ্ট একাডেমীত উপস্থিত সন্মানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ll
ছাত্ৰ ছাত্ৰী সকলৰ লগতে আমি যথেষ্ঠ উৎসাহিত হওঁ ll

* আজি পবিত্ৰ শিক্ষক দিৱস ll* ড° সৰ্ব্বেপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি শিক্ষাগুৰুসকলক প্ৰণাম ll🙏🙏🙏
05/09/2024

* আজি পবিত্ৰ শিক্ষক দিৱস ll
* ড° সৰ্ব্বেপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি শিক্ষাগুৰুসকলক প্ৰণাম ll🙏🙏🙏

কোনো ধৰণৰ টকা পইচা ধন সম্পতিয়ে কেতিয়াবা সৰু সৰু সুখৰ অনূভৱৰ লগত ফেৰ মাৰিব নোৱাৰে llআজি আমাৰ পাঠশালাত কণমানি অভিনব শৰ্মা...
23/08/2024

কোনো ধৰণৰ টকা পইচা ধন সম্পতিয়ে কেতিয়াবা সৰু সৰু সুখৰ অনূভৱৰ লগত ফেৰ মাৰিব নোৱাৰে ll

আজি আমাৰ পাঠশালাত কণমানি অভিনব শৰ্মা নামৰ এগৰাকী ছাত্ৰৰ দেউতাকে অমাক লগ পাই আমাৰ Bajali Art (বজালী আৰ্টৰ) ৰ পেজটো চাই থকা আৰু তাৰ পৰা সু ফল পোৱা বুলি আমাক জনোৱাত এক বুজাব নোৱাৰা সুখ অনুভৱ কৰিলোঁ ll

কিছুমান সুখে দায়িত্ব পালন কৰাৰ বাবে মনত দুগুণ উৎসাহ যোগায় ll

আমি অভিনবৰ লগতে সকলো ছাত্ৰ ছাত্ৰীৰ হৈ গোটেই জীৱনজুৰি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ ll

Address

Pathsala Station Road
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Bajali Art -বজালী আৰ্ট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category