22/08/2026
📌সুদীৰ্ঘ ৫০ বছৰ অতিক্ৰম কৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদত কহিনুৰ থিয়েটাৰ ৫১ বছৰীয়া হল ,,
📌অহা ২৮ আগষ্টত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৫১ সংখ্যক গৌৰবজ্জ্বল যাত্ৰাৰ পাতনি মেলিবলৈ মনস্থ কৰিছোঁ ,,
📌আশা কৰিছোঁ উক্ত নাট্যাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ লগতে এজোলোকা আশীৰ্বাদ দিব 🙏🏻🙏🏻