পৰমজ্যোতি নাট্য গোষ্ঠী, লক্ষীমপুৰ

  • Home
  • India
  • North Lakhimpur
  • পৰমজ্যোতি নাট্য গোষ্ঠী, লক্ষীমপুৰ

পৰমজ্যোতি নাট্য গোষ্ঠী, লক্ষীমপুৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পৰমজ্যোতি নাট্য গোষ্ঠী, লক্ষীমপুৰ, Cultural Center, North Lakhimpur.

আপোনালোকৰ অঞ্চলত পাবৰ বাবে আমাক যোগাযোগ কৰক..............
19/06/2026

আপোনালোকৰ অঞ্চলত পাবৰ বাবে আমাক যোগাযোগ কৰক..............

আমাৰ পৰমজ্যোতি নাট্যগোষ্ঠীৰ আগন্তুক পৰিৱেশন কৰিব লগীয়া ভাওনা সমূহ। সকলো ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিলোঁ।
20/04/2026

আমাৰ পৰমজ্যোতি নাট্যগোষ্ঠীৰ আগন্তুক পৰিৱেশন কৰিব লগীয়া ভাওনা সমূহ।
সকলো ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিলোঁ।

সদৌ অসম ভাওনা সমাৰোহ, লখিমপুৰত দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰাৰ সময়ত
30/03/2026

সদৌ অসম ভাওনা সমাৰোহ, লখিমপুৰত দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰাৰ সময়ত

আমাৰ পৰমজ্যোতি নাট্য গোষ্ঠীৰ প্ৰথমটো সফলতা🎉অনাগত দিনত যাতে এনেদৰে আৰু আগবাহি যাব পাৰোঁ আশীৰ্বাদ কৰিব
30/03/2026

আমাৰ পৰমজ্যোতি নাট্য গোষ্ঠীৰ প্ৰথমটো সফলতা🎉

অনাগত দিনত যাতে এনেদৰে আৰু আগবাহি যাব পাৰোঁ আশীৰ্বাদ কৰিব

আজি আমাৰ পৰমজ্যোতি নাট্যগোষ্ঠীয়ে  দলৰ প্রথম ভাগ নাট - নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো - বৰগাং কুহীয়াবাৰিত। ...
07/03/2026

আজি আমাৰ পৰমজ্যোতি নাট্যগোষ্ঠীয়ে দলৰ প্রথম ভাগ নাট - নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো - বৰগাং কুহীয়াবাৰিত। সকলোৱে যাতে আমাৰ এই নতুন যাত্ৰাত সহায় সহযোগিতা কৰে আৰু আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ।

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when পৰমজ্যোতি নাট্য গোষ্ঠী, লক্ষীমপুৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share