Lakhya Raj Gogoi

Call Directions

Lakhya Raj Gogoi ঢুলীয়া // বিহুৱা 🙏 🙏 ❤️ জয় আই অসম ❤️

Good evening everyone ❤️🌹🙏
20/10/2026

Good evening everyone ❤️🌹🙏



20/10/2026

ঘিলামৰা টাউন ক্লাবৰ উদ্যোগত
শ্ৰীশ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ যোৱাকালি (১৯ অক্টোবৰ ২০২৬) তাৰিখে অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক সন্ধিয়াৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালো।।


Good morning everyone ❤️🌹🙏
20/10/2026

Good morning everyone ❤️🌹🙏



19/10/2026

জীৱন ।
পঢ়া শুনাৰ বাহিৰেও নৃত্য , গীত আৰু বাদ্য বজোৱা মোৰ প্ৰিয় । এইবোৰৰ মাজতে জীৱনটো আগুৱাই নিব বিচাৰো।
আপোনালোকৰ আশীৰ্বাদ মোৰ কাম্য । ❤️🌹🙏



18/10/2026

এনেকোৱা বিহু দিনত নানাচি থাকো কেনেকৈ কঙালীকে ৰঙালী বিহু বুলি এপাক নাচিয়েই দিলো কেনে পালে জনাবছোন 🙏🙏



Good evening everyone 🙏তুলসী  তলে তলে মৃগপহু  চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু যোৰে 🏹🌿🌴গানটোৰ বিষয়ে আপোনালোকে জানে যদি ক...
18/10/2026

Good evening everyone 🙏
তুলসী তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু যোৰে 🏹🌿🌴গানটোৰ বিষয়ে আপোনালোকে জানে যদি কমেন্ট ত জনাবছোন 🙏 আপোনালোকৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি । সকলোকে কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ 🌹❤️🙏



সু প্ৰভাত 🙏মা দূৰ্গাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক জয় মা দূৰ্গা 🌺🙏🙏
18/10/2026

সু প্ৰভাত 🙏
মা দূৰ্গাৰ আশীৰ্বাদে সকলোৰে জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক জয় মা দূৰ্গা 🌺🙏🙏



Address

Ghilamara
North Lakhimpur
787053

Telephone

+919101487481

Website

Alerts

Be the first to know and let us send you an email when Lakhya Raj Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share