Deva Dutta-Lakhimpur

Deva Dutta-Lakhimpur ব্যক্তিগত কাম-কাজ, চিন্তাা-চৰ্চাৰ মুক্ত প্ৰকাশ ৷

বিশেষ কিছুমান মুহুৰ্ত্বক সাঁচি ৰাখিলোঁ-
25/03/2022

বিশেষ কিছুমান মুহুৰ্ত্বক সাঁচি ৰাখিলোঁ-

15/03/2022

আজিৰে পৰা আৰম্ভ হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

১৭ ফেব্ৰুৱাৰী-২০২২ তাৰিখৰ কেইটামান মুহুৰ্ত্ব সাঁচি ৰাখিলোঁ।
24/02/2022

১৭ ফেব্ৰুৱাৰী-২০২২ তাৰিখৰ কেইটামান মুহুৰ্ত্ব সাঁচি ৰাখিলোঁ।

অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ২০২১-২২ শিক্ষাবৰ্ষৰ ব্যৱহাৰিক পৰীক্ষা-সঙ্গীত কানন লক্ষীমপুৰ পৰীক্ষা কেন্দ্ৰৰ কিছু স্থিৰ চ...
24/02/2022

অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ২০২১-২২ শিক্ষাবৰ্ষৰ ব্যৱহাৰিক পৰীক্ষা-সঙ্গীত কানন লক্ষীমপুৰ পৰীক্ষা কেন্দ্ৰৰ কিছু স্থিৰ চিত্ৰ ৷

01/02/2022
লক্ষীমপুৰ সঙ্গীত মহাবিদ্যালয় আৰু সঙ্গীত কানন লক্ষীমপুৰ’য়ে একেলগে উদযাপন কৰিলোঁ-শিল্পী দিৱস-২০২২ ৷ দুয়োটা অনুষ্ঠানৰে কৰ্ত...
19/01/2022

লক্ষীমপুৰ সঙ্গীত মহাবিদ্যালয় আৰু সঙ্গীত কানন লক্ষীমপুৰ’য়ে একেলগে উদযাপন কৰিলোঁ-শিল্পী দিৱস-২০২২ ৷ দুয়োটা অনুষ্ঠানৰে কৰ্তৃপক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ঐক্যবদ্ধ প্ৰয়াসেৰে দিনজোৰা কাৰ্যসুচীৰে প্ৰথমবাৰলৈ আয়োজন কৰা এনে ধৰণৰ সাংস্কৃতিক কৰ্মসুচী সমুহে জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অধিক গতিশীলতা প্ৰদান কৰিব বুলিয়ে আশা কৰিছোঁ ৷ দিনজোৰা বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতামুলক অনুষ্ঠানসুচীত ডেৰশতাধিকতকৈয়ো অধিক সাংস্কৃতিনুৰাগীৰ অংশগ্ৰহন, অসমৰ তিনিগৰাকী স্বনামধন্য শিল্পী ক্ৰমে ধেমাজী বানিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা, বিশিষ্ট গীতিকাৰ-সুৰকাৰ তথা সুধাকন্ঠৰ গীত আৰু জীৱন দৰ্শনৰ প্ৰথমগৰাকী গৱেষক ড° শংকৰ পাটোৱাৰী, লক্ষীমপুৰ'ৰ এগৰাকী আজন্ম শিল্পী, লক্ষীমপুৰ’ৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি শ্ৰীযুত ভৱানন্দ বৰুৱা আৰু তেজপুৰ’ৰ এগৰাকী বিশিষ্ট শিল্পী, সঙ্গীত পৰিচালক শ্ৰীযুত সীমান্ত কাকতি দেৱলৈ “জীৱনজোৰা সঙ্গীত সাধনা বটাঁ আৰু বিশ্বনাথ চাৰিআলিৰ এগৰাকী বিশিষ্ট শিল্পী, গীতিকাৰ-সুৰকাৰ তথা সঙ্গীত পৰিচালক শ্ৰীযুত দিবাকৰ বৰা দেৱলৈ স্বেচ্ছাসেৱী সংস্থা-সংস্কাৰ’ৰ তৰফৰ পৰা সুৰধ্বনি শিল্পী বটাঁ-২০২২ প্ৰদান কৰাৰ জৰিয়তে শ্ৰদ্ধাৰ শিল্পীবৃন্দক শিল্পী দিৱস’ৰ মঞ্চত আনুষ্ঠানিক সম্বৰ্ধনা জনাবলৈ পাই ধন্য ও কৃতাৰ্থ হোৱা বুলি অনুভৱ কৰিছোঁ ৷

সকলোলৈ ভোগালীৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ ।
13/01/2022

সকলোলৈ ভোগালীৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ ।

আপোনাক/আপোনালোকক সাদৰেৰে আমন্ত্ৰণ জনালোঁ
08/01/2022

আপোনাক/আপোনালোকক সাদৰেৰে আমন্ত্ৰণ জনালোঁ

সকলোলৈকে ইংৰাজী নৱবৰ্ষ ২০২২ ৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ৷
01/01/2022

সকলোলৈকে ইংৰাজী নৱবৰ্ষ ২০২২ ৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

Address

North Lakhimpur
787052

Telephone

+918011868930

Website

Alerts

Be the first to know and let us send you an email when Deva Dutta-Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Deva Dutta-Lakhimpur:

Share