দৈনিক বাৰ্তা 365

দৈনিক বাৰ্তা 365 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from দৈনিক বাৰ্তা 365, Nij Hajo.

16/07/2026

📌সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত
তিনি ঘণ্টীয়া ধর্ণা কায্যসূচী।

তেওঁলোকৰ দাবী সমূহঃ

১। আদিবাসী সকলক শীঘ্ৰেই জনজাতি অনুসূচী মৰ্য্যাদা প্রদান কৰক।
২। চাহ শ্রমিকৰ নূন্যতম দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰক।
৩। গাঁও বাগিচাত বসবাস কৰা আদিবাস সকলক ম্যাদী মাটি পট্টা প্ৰদান কৰক।
৪। অসম চাহ নিগম আৰু এন্দ্ৰ উইল কোম্পানীৰ মৃতপ্রায় চাহ বাগিচা সমূহ পুনৰুজীৱিত কৰক।
৫/ইংলে পথাৰৰ ৩২ টা আদিবাসী পৰিয়ালৰ মাটি পঞ্চতাৰাকা হোটেল নির্মাণ বাবে আবণ্টন দিয়া শীঘ্ৰে বন্ধ কৰক ゚

16/07/2026

অসম চৰকাৰৰ বাজেটক লৈ অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ তীব্ৰ অসন্তুষ্টি ! বিশেষ পেকেজৰ দাবী কেন্দ্ৰীয় সমিতিৰ ! চৰকাৰী বাজেটত নাই কোনো বিশেষ ব্যৱস্থা !

পত্নীহাৰা হ'ল তপন দাস ! অসমীয়া ছবি জগতক উকা কৰি গ'লগৈ পূৰৱী শৰ্মা !
14/07/2026

পত্নীহাৰা হ'ল তপন দাস ! অসমীয়া ছবি জগতক উকা কৰি গ'লগৈ পূৰৱী শৰ্মা !

13/07/2026

গন্ধৰ্ব কলা কেন্দ্ৰৰ উদ্যোগত ৬ জুলাইৰ পৰা ১২ জুলাই ২০২৬ লৈ অনুষ্ঠিত কৰা সাতদিনীয়া সত্ৰীয় নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান ! গুৱাহাটী উজানবজাৰ স্থিত কুমাৰ ভাস্কৰ বৰ্মা নাট্য মন্দিৰত বঁটা বিতৰণী সভা ! বিভিন্ন শিতানত অৰিহনা যোগোৱা ব্যক্তি সকলক আমন্ত্ৰন কৰি আনি বিশেষ সম্বৰ্দ্ধনা !

13/07/2026

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটীৰ চাৰিওঁফালে কৃতিম বান ! যান বাহানৰ লগতে পথচাৰীৰ মাজত হাহাকাৰ !

13/07/2026

নূপুৰ কালচাৰেল একাডেমী আৰু নুপুৰ সাংস্কৃতিক একাডেমীৰ উদ্যোগত আজি গুৱাহাটী মাছখোৱা স্থিত আই টি এ প্ৰকল্প প্ৰেক্ষাগৃহত
অৰেঞ্জট্ৰাম আৰু ধ্ৰুপদী নৃত্য উৎসৱ ২০২৬ অনুষ্ঠিত কৰা হয়

11/07/2026

গুৱাহাটীৰ নাৰেঙ্গী স্থিত গনেশ মন্দিৰ প্ৰাঙ্গনত আৰ্যভট্ট কলেজ অব এষ্ট্ৰোলজি এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত বিশ্বশান্তি অপায় অমঙ্গল দূৰীকৰণ তথা জন কল্যানৰ হিতাৰ্থে ২৩ জুলাইৰ পৰা ২৭ জুলাই ২০২৬ পাঁচদিনীয়াকৈ মহামৃত্যুঞ্জয় যজ্ঞৰ মহা আয়োজন !ভাৰতৰ ধৰ্মস্থল বণাৰসৰ আচাৰ্য অভিনন্দন ভৰদ্বাজ নেতৃত্বত ১২ জন পুৰোহিতৰ দ্বাৰা১২৫০০০ বাৰ মন্ত্ৰ জপ আহুতি লগতে ধৰ্মপ্ৰান ৰাইজৰ বাবে থাকিব মহামৃত্যুঞ্জয় কবচ আহুতি আৰু পূৰ্ণাহুতি

10/07/2026

অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদোগত গুৱাহাটী নগৰীয়া প্ৰকল্প কমিটিৰ সহযোগত কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি, কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান, মাননীৰ সলনি মজুৰি প্ৰদান , ESI PF আৰু গ্ৰেছুয়েটি প্ৰদান কৰাৰ দাবীত দেশজোৰা ক'লা দিৱস !

Address

Nij Hajo

Website

Alerts

Be the first to know and let us send you an email when দৈনিক বাৰ্তা 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share