Raju Murmu

Raju Murmu Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Raju Murmu, namrup 20 no projabosti, Namrup.

https://youtube.com/-y3l?si=83ux9rWOlJrqonK5
⬆️This is my youtube chennel plz subscribe
মোৰ page টোত সকলো ধৰণৰ ভিডিঅ চাবলৈ পাব সেইবাবে page টো Follow কৰি দিব

সদৌ চাওঁতাল ছাত্ৰ-সন্থা(এছু) কেন্দ্ৰীয় সমিতি তথা ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত, ডিব্ৰুগড় জিলা চাওঁতাল সচেতন মহিলা ...
22/06/2026

সদৌ চাওঁতাল ছাত্ৰ-সন্থা(এছু) কেন্দ্ৰীয় সমিতি তথা ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত, ডিব্ৰুগড় জিলা চাওঁতাল সচেতন মহিলা সমিতি, ডিব্ৰুগড় জিলা চাওঁতাল মাঝি মণ্ডল আৰু সমূহ ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী ৩০ জুন তাৰিখে ১৭১ সংখ্যক হুল দিৱস( চাওঁতাল বিদ্ৰোহ ১৮৫৫-৫৬) জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, ডিব্ৰুগড়ত উদযাপন কৰিছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে নিমন্ত্ৰণ জনালোঁ
ধন্যবাদ 🙏
#সিদু কানু
#হুল
#জয় চাওঁতাল

Cycle Ride kori arunachal goisilu❤️
13/06/2026

Cycle Ride kori arunachal goisilu❤️

আজি ইং ২৯/০৩/২০২৬ তাৰিখ দেওবাৰে নামৰূপ আঞ্চলিকৰ পালেংঢিপা গাঁৱত সদৌ চাওঁতাল মহিলা সমিতি(প্ৰাথমিক গোট) গঠন কৰা হল
29/03/2026

আজি ইং ২৯/০৩/২০২৬ তাৰিখ দেওবাৰে নামৰূপ আঞ্চলিকৰ পালেংঢিপা গাঁৱত সদৌ চাওঁতাল মহিলা সমিতি(প্ৰাথমিক গোট) গঠন কৰা হল

08/03/2026

যোৱা ইং ০৭/০৩/২০২৬ শনিবাৰে সন্ধিয়া ৬ মান বজাত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপ ২০ নং প্ৰজাবস্তি আতুৰ কোনো গৃহস্থ নথকাৰ অৱস্থাত শ্ৰী ৰাজেশ হেমৰমৰ ঘৰ জ্বলি শেষ হৈ গল হঠাৎ হৈ যোৱা এটা আতি দুখ লগা ঘটনা

My hero lgt ❤️
01/03/2026

My hero lgt ❤️

JUSTICE FOR SANTHALS  VIOLENCE     Jay Johar jay Adivasi🙏
28/01/2026

JUSTICE FOR SANTHALS VIOLENCE
Jay Johar jay Adivasi🙏

Address

Namrup 20 No Projabosti
Namrup
786621

Alerts

Be the first to know and let us send you an email when Raju Murmu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share