ভ্ৰাম্যমাণ থিয়েটাৰ

ভ্ৰাম্যমাণ থিয়েটাৰ সদায় শত্যতাৰে কাম কৰি জাম
আমাক যোগাযোগ কৰিবলৈ ৯১০১৬৮৫৭৩৫ নং

আজিৰে পৰা আৰম্ভ হ'ব গৈ আছে বৰদৈচিলা থিয়েটাৰ আখৰা গৃহ।।।
05/07/2026

আজিৰে পৰা আৰম্ভ হ'ব গৈ আছে বৰদৈচিলা থিয়েটাৰ আখৰা গৃহ।।।

30/06/2026

ইতিহাস থিয়েটাৰৰ মঞ্চত আহি আছে অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা আৰু পৰিচালনাৰে #সাগৰ_বৰুৱা_আহি_আছে।।।

30/06/2026

আহি আছে থিয়েটাৰ সূৰ্য্যৰ মঞ্চত অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা আৰু পৰিচালনাৰে #মই‌_তোমাৰ_কাষতে_আছো।।।

৭০-৮০ৰ দশকত ভ্ৰাম্যমাণ থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ট্ৰেজেদি কিং খ্যাত তাৰকা শিল্পী তথা 'মঞ্চ ভাস্কৰ', 'মঞ্চ কোঁৱৰ...
30/06/2026

৭০-৮০ৰ দশকত ভ্ৰাম্যমাণ থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ট্ৰেজেদি কিং খ্যাত তাৰকা শিল্পী তথা 'মঞ্চ ভাস্কৰ', 'মঞ্চ কোঁৱৰ', 'নাট্য প্ৰভাকৰ', 'চিৰ সেউজ', 'মহাগুৰু’ আদি সন্মানেৰে বিভূষিত ভ্ৰাম্যমাণ থিয়েটাৰৰ মহানায়ক, নাট্যকাৰ, পৰিচালক, অপৰূপা থিয়েটাৰৰ প্ৰযোজক, চলচ্চিত্ৰ অভিনেতা মহানন্দ শৰ্মা দেৱৰ আজি পবিত্ৰ মৃত্যুবাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।
কায়িকভাৱে তেখেত আমাৰ মাজত নাথাকিলেও কাবুলীৱালাৰ দৰে বহু কালজয়ী নাটত অতুলনীয় অভিনয়ৰে অসমীয়া সমাজ জীৱনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য বৰঙণি প্ৰতিগৰাকী দৰ্শকৰ মানস পটত চিৰস্মৰণীয় হৈ থাকিব।

পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু পিপলিবাৰী গঞা ৰাইজৰ সহযোগত…     দিনাংক :৭-৮-৯ চেপ্তেম্বৰ, ২০২৬ ইং চন ২০২৬-২৭ ...
29/06/2026

পিপলিবাৰী গাঁও পৰিচালনা সমিতিৰ উদ্যোগত আৰু পিপলিবাৰী গঞা ৰাইজৰ সহযোগত…

দিনাংক :৭-৮-৯ চেপ্তেম্বৰ, ২০২৬ ইং চন

২০২৬-২৭ নাট্যবৰ্ষৰ এক মননশীল আয়োজন।

স্থান: পিপলিবাৰী হাইস্কুল খেলপথাৰ

🌟 আন্তৰিক আমন্ত্ৰণ 🌟এজাৰবাৰী আঞ্চলিক জোনাকী সংঘৰ আমন্ত্ৰণত🎭 থিয়েটাৰ "ৰুদ্ৰ"আহি আছেতাৰিখ:-২৫,২৬ আৰু ২৭ আগষ্ট ২০২৬স্থান:-...
29/06/2026

🌟 আন্তৰিক আমন্ত্ৰণ 🌟
এজাৰবাৰী আঞ্চলিক জোনাকী সংঘৰ আমন্ত্ৰণত
🎭 থিয়েটাৰ "ৰুদ্ৰ"
আহি আছে
তাৰিখ:-২৫,২৬ আৰু ২৭ আগষ্ট ২০২৬
স্থান:-এজাৰবাৰী স্কুল খেল পথাৰ
এটা অবিস্মৰণীয় নাট্য অভিজ্ঞতাৰ বাবে
আপোনাৰ উপস্থিতি একান্ত ভাবে কামনা কৰিলোঁ ।
আহিব, একেলগে উপভোগ কৰিম থিয়েটাৰ ৰুদ্ৰ ৰ তিনিখন মনোৰম নাটকৰ পৰিবেশন!
জোনাকী সংঘৰ সকলো সদস্যৰ তৰফৰ পৰা
আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ ✨
নিশ্চয় আহিব!
এজাৰবাৰী আঞ্চলিক জোনাকী সংঘ

ইতিহাস থিয়েটাৰৰ ২০২৬-২৭ নাট্য বৰ্ষৰ বিশাল আয়োজন।জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য দেৱৰ তীক্ষ্ণ কলমৰ অপূৰ্ব সৃস্থিৰ নাট্...
29/06/2026

ইতিহাস থিয়েটাৰৰ ২০২৬-২৭ নাট্য বৰ্ষৰ বিশাল আয়োজন।জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য দেৱৰ তীক্ষ্ণ কলমৰ অপূৰ্ব সৃস্থিৰ নাট্য সম্ভাৰেৰে মঞ্চত উজ্জ্বলী উঠিব,ইতিহাস থিয়েটাৰৰ মঞ্চত।

২০২৬-২৭ নাট্য বৰ্ষত বৰদৈচিলা থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব নৃত্যশিল্পী প্ৰীতম গগৈ।   শুভকামনাৰে আন্তৰিক অভিনন্দন আৰু আগন্ত...
29/06/2026

২০২৬-২৭ নাট্য বৰ্ষত বৰদৈচিলা থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব নৃত্যশিল্পী প্ৰীতম গগৈ।

শুভকামনাৰে আন্তৰিক অভিনন্দন আৰু আগন্তুক নাট্যবৰ্ষৰ বাবে অশেষ শুভেচ্ছা।

29/06/2026

ইতিহাস থিয়েটাৰৰ কাবুলীৱালা নাট খনৰ এতি ধুনীয়া গিট অ পুতলা অ পুতলা আহি আছে সোকলোৱে মৰম আশীৰ্বাদ কৰিব।। Dipankar Protim মহাবাহু থিয়েটাৰ থিয়েটাৰ ৰুদ্ৰ ভ্ৰাম্যমাণ বিশেষ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰচাৰ মাধ্যম গ্ৰুপ

Address

Nalbari Bongaon
Nalbari
781303

Website

Alerts

Be the first to know and let us send you an email when ভ্ৰাম্যমাণ থিয়েটাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share