ভ্ৰাম্যমাণ বিশেষ

ভ্ৰাম্যমাণ বিশেষ সত্য,সততাৰে আমাৰ এই যাত্রা

পকোৱা       #
19/10/2024

পকোৱা

#

আজিৰ পৰা ১,২,৩ অক্টোৱৰ তাৰিখে।মুগদি খেলপথাৰত বৰদৈচিলা থিয়েটাৰ । সকলো নাট্যপ্ৰেমীৰাইজৰ উপস্থিতি কমিটিয়ে সাদৰিছে। #বৰদৈচিল...
01/10/2024

আজিৰ পৰা ১,২,৩ অক্টোৱৰ তাৰিখে।মুগদি খেলপথাৰত বৰদৈচিলা থিয়েটাৰ । সকলো নাট্যপ্ৰেমীৰাইজৰ উপস্থিতি কমিটিয়ে সাদৰিছে। #বৰদৈচিলাথিয়েটাৰ #অঘৰীছোৱালীৰপ্ৰেমকাহিনী

মেডাম মেনকা
23/09/2024

মেডাম মেনকা

প্ৰচণ্ড গৰমক নেওচি কালি দৰ্শকৰ পৰা লাভ কৰা অভূতপূৰ্ব সফলতাৰ পিছত আজি নলবাৰী ৰ সাগৰকুছিত থিয়েটাৰ সূৰ্য্যৰ দ্বিতীয় নিশা ...
23/09/2024

প্ৰচণ্ড গৰমক নেওচি কালি দৰ্শকৰ পৰা লাভ কৰা অভূতপূৰ্ব সফলতাৰ পিছত আজি নলবাৰী ৰ সাগৰকুছিত থিয়েটাৰ সূৰ্য্যৰ দ্বিতীয় নিশা ।

দ্বিতীয় নিশাৰ দুটাকৈ দৰ্শনীৰ বলিষ্ঠ নিবেদন ---

অভিজিত ভট্টাচাৰ্যৰ ৰচিত আৰু পৰিচালিত েজৰ_টোপাল

ৰাজতিলক থিয়েটাৰৰ  #ধমধমাত যোৱা নিশাৰ অভূতপুৰ্ব সহাঁৰিৰ পিছত আজি গৌৰৱজ্জ্বল দ্বিতীয় নিশাত নাট মঞ্চস্থ কৰিব অভিজিৎ ভট্টাচা...
23/09/2024

ৰাজতিলক থিয়েটাৰৰ #ধমধমাত যোৱা নিশাৰ অভূতপুৰ্ব সহাঁৰিৰ পিছত আজি গৌৰৱজ্জ্বল দ্বিতীয় নিশাত নাট মঞ্চস্থ কৰিব অভিজিৎ ভট্টাচাৰ্য দেৱৰ ৰচিত পৰিচালিত ব্যয়বহুল নাট #ৰাজপথৰ_ৰাজকুমাৰী ।

সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ ।

মাজৰৌমাৰী,চিৰাজুলিত আজি প্ৰথম নিশাৰ নিবেদন প্ৰণৱ বৰুৱা দেৱৰ চিলনী
23/09/2024

মাজৰৌমাৰী,চিৰাজুলিত আজি প্ৰথম নিশাৰ নিবেদন প্ৰণৱ বৰুৱা দেৱৰ চিলনী

আজি পাঠশালা ৰ দুমুৰীয়া ত প্ৰথম নিশাৰ নিবেদন অভিজিত ভট্টাচাৰ্য্য দেৱৰ বাৰিষাৰে ৰ'দালি
22/09/2024

আজি পাঠশালা ৰ দুমুৰীয়া ত প্ৰথম নিশাৰ নিবেদন অভিজিত ভট্টাচাৰ্য্য দেৱৰ বাৰিষাৰে ৰ'দালি

৫২ বছৰীয়া হ’ল অভিনেতা ৰবি শৰ্মা। জন্মদিনত আপুনিও প্ৰিয় অভিনেতাগৰাকীক জনাওক শুভেচ্ছা।
19/09/2024

৫২ বছৰীয়া হ’ল অভিনেতা ৰবি শৰ্মা। জন্মদিনত আপুনিও প্ৰিয় অভিনেতাগৰাকীক জনাওক শুভেচ্ছা।

আজি ভোলাগুৰি(বাদুলিপাৰ) গোলাঘাটত বিদায় নিশাৰ নিবেদন প্ৰণৱ ভৰালী দেৱৰ মছজিদ ৰোড নামঘৰ পথ
19/09/2024

আজি ভোলাগুৰি(বাদুলিপাৰ) গোলাঘাটত বিদায় নিশাৰ নিবেদন প্ৰণৱ ভৰালী দেৱৰ মছজিদ ৰোড নামঘৰ পথ

ভাল খৱৰ আগন্তুক ২০২৫-২৬ নাট্যবৰ্ষত  #ৰাজধানী থিয়েটাৰৰ ...
18/09/2024

ভাল খৱৰ আগন্তুক ২০২৫-২৬ নাট্যবৰ্ষত #ৰাজধানী থিয়েটাৰৰ ৰঙ্গ মঞ্চত অভিনয়ৰ দিশটো শুৱনি কৰিবলৈ আহি আছে পোনপ্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ পথাৰ খন খোজ পেলাব সুদৰ্শন অভিনেতা #উদয়ন দুৱৰা । এইচেগতে আমাৰ ফালৰ পৰা তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Address

Nalbari.
Nalbari
78103

Alerts

Be the first to know and let us send you an email when ভ্ৰাম্যমাণ বিশেষ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share