21/01/2021
#গৰু_ধিক্কাৰ_এই_জীৱন
২২ জানুৱাৰী ত গুৱাহাটীৰ #কুমাৰভাস্কৰনাট্যমন্দিৰ ত
আৰু ২৩ জানুৱাৰীত সমগ্ৰ অসমত কেৱল
গৰু গৰু গৰু
আহক একেলগে উপভোগ কৰো
লকডাউন ৰ পিছত প্ৰথম অসমীয়া চিনেমা
#গৰু_ধিক্কাৰ_এই_জীৱন