Bordoisila Theatre

Bordoisila Theatre Assamese Mobile Theatre Group Since 1997

28/03/2026

আমাৰ পৰিয়াল(বৰদৈচিলা থিয়েটাৰ)ৰ সম্পাদক হিমাংশু ডেকাৰ মাতৃ যোৱাকালি নিশা পৰলোকগামী হয়। এই খবৰটোৱে সচাঁকৈ আমাৰ প্ৰতিজনকে ব্যথিত কৰিছে। তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি নেদেখা জনৰ উচৰত প্ৰাৰ্থনা জনাইছো 🙏। লগতে হিমাংশুৰ লগতে তেওঁৰ পৰিয়ালৰ প্ৰতিজনক সাহস দিয়ক তাৰে কামনা কৰিছোঁ। ।

ঔঁম শান্তি
ঔঁম শান্তি
ঔঁম শান্তি।।

11/03/2026

গোলাঘাট জিলা সাহিত্য সভাই বিগত বছৰ সমূহৰ দৰে এইবছৰো আয়োজন কৰা "প্ৰতিষ্ঠা দিৱস" আৰু চলচ্চিত্ৰ দিৱস"ৰ উপলক্ষে গোলাঘাট জিলা সাহিত্য সভাৰ উল্লেখযোগ্য প্ৰথমটো পদক্ষেপ " আইদেউ সন্দিকৈ " বঁটা। পোনপ্ৰথম বাৰৰ বাবে আয়োজিত এই " আইদেউ সন্দিকৈ বঁটা " প্ৰদানৰ বাবে মনোনীত কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা বোলছবি জগতৰ প্ৰসিদ্ধ এজন বৰেণ্য অভিনেতাক। যি একেধাৰে বলিষ্ঠ অভিনেতা, নাট্যকাৰ তথা বিশিষ্ট নাট পৰিচালক। ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ " বাদশ্বাহ " খ্যাত শ্ৰীযুত চম্পক শৰ্মা দেৱক।
গোলাঘাট স্থিত চৈয়দ আব্দুল মালিক ভৱনত তেখেতক এই বঁটা প্ৰদান কৰে।
এই চেগতে শ্ৰদ্ধাৰ চম্পক শৰ্মা দেৱলৈ আমাৰ বৰদৈচিলা থিয়েটাৰৰ পৰিয়ালৰ ফালৰ পৰা জনাইছোঁ অকৃতিম শ্ৰদ্ধা ও শুভকামনা। অনাগত সময় বোৰত তেখেতৰ সৃষ্টিৰাজি সমূহ হৈ পৰক অসমৰ সাংস্কৃতিক পথাৰ খনিত এক অনাবিল সম্পদ তথা উল্লেখযোগ্য ভেটি।

11/03/2026

A traveller from New Zealand visit our Bordoisila Theatre .

12/02/2026

শীতৰ হাড়কপা জাৰেও শ্ৰদ্ধাস্পদ দৰ্শকমণ্ডলীৰ আগমন ৰুদ্ধ কৰিব পৰা নায়। এয়াই অফুৰন্ত মৰম তথা আশীৰ্বাদ। ৰাৱনৰ জয় যাত্ৰা অক্ষুন্ন সুদূৰ নামনীৰ পৰা উজনীৰ লৈকে ক্ৰমশ।

দৰ্শকমণ্ডলীৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ বিদায় নিশাতো সন্মানীয় আয়োজক সমিতিয়ে #ৰাৱনৰ দ্বিতীয় দৰ্শনীৰ ঘোষনা কৰে।
অকৃতিম শ্ৰদ্ধা জনাইছোঁ দাধৰা(যোৰহাট)ৰ সমূহ হেই চিৰনমস্য দৰ্শক মণ্ডলী 🙏

08/02/2026

11,12,13 February Ekorani Gaon, Dergaon

ধন্যবাদ Ramen Kalita Nalbari🙏🏽
23/01/2026

ধন্যবাদ Ramen Kalita Nalbari🙏🏽

ধন্যবাদ Ramen Kalita Nalbari
12/01/2026

ধন্যবাদ Ramen Kalita Nalbari

Address

Panigaon
Nalbari
781335

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 9am - 8pm

Website

Alerts

Be the first to know and let us send you an email when Bordoisila Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share