Rupantor

Rupantor ৰূপান্তৰ-প্ৰজন্মৰ প্ৰতিধ্বনি।

  classes
24/04/2026

classes

02/04/2026

#নগাঁও ৰহা সমষ্টিৰ প্ৰাৰ্থী উৎপল বণিয়াৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ
#প্ৰতিদন্দী প্রতিদ্বন্দ্বী প্ৰাৰ্থীৰ তুলনাত নিজকে কিয় শ্ৰেষ্ঠ বুলি ভাবে উৎপল বণিয়াই ?
#কংগ্ৰেছৰ পৰা কিয় নিৰ্বাচন খেলিছে উৎপল বণিয়াই

22/11/2024

জীৱন জিন্দাবাদ ২
এই যে জীৱনৰ কোনোবা বেলা সন্মুখত কেতিয়াবা মনৰ মাজত দেখা যায় শূন্যতা। চলি থকা জীৱনতোৰ মাজত অহা হতাশা, প্ৰতাৰণা, দুখ - যন্ত্রণাবোৰৰ পিছত হঠাৎ নিজকে নিজেই সান্তনা দিয়া যায় ; হৈ যাব, হ'ব, এদিন নিশ্চয় আমাৰো ভাল হ'ব, সকলো ঠিক হ'ব - এই শব্দবোৰেই হয়তু মানুহৰ জীৱনৰ আশা, জীয়াই থকাৰ মন্ত্ৰণা ।
....✍️ G. Bora

20/11/2024

জীৱন জিন্দাবাদ ১.... G.Bora
সদায় হাঁহি থকা, ফূৰ্তিত থকা মানুহবোৰৰো দুখ থাকে, অন্তৰত থাকে বিষাদ অথৱা জীৱনৰ তিক্ততা। তথাপিও তেওঁলোকে হাঁহি থাকে। আনক তেওঁলোকৰ দুখৰ সম্ভেদ দিব নাজানে । নিজৰ বন্ধ কোঠাত দুখবোৰ সজতনে ৰাখে। শেষত সকলো হুমনিয়াহ কাঢ়ি তেওঁলোকে বুকুত হাত থৈ “ আপনা টাইম আয়েগা" বুলি কৈ দুখবোৰ নিমিষতে পাহৰাই পেলাব জানে।

ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰালৈ যুৱ লেখক বঁটা-
10/06/2022

ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰালৈ যুৱ লেখক বঁটা-

20/06/2021

আজি এটা নতুন Love story - লৈ আহিছো। শুনিবচোন

আপুনিও আপোনাৰ প্ৰেম, ভালপোৱাৰ কথা চেয়াৰ কৰিব পাৰে -
02/06/2021

আপুনিও আপোনাৰ প্ৰেম, ভালপোৱাৰ কথা চেয়াৰ কৰিব পাৰে -

Address

Nagaon
782002

Telephone

+918723939420

Website

Alerts

Be the first to know and let us send you an email when Rupantor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Rupantor:

Share