02/03/2023
বিশেষ কিছু কাৰিকৰী অসুবিধাৰ বাবে আমাৰ এই পেজটো কিছুদিনৰ পিছত বন্ধ কৰা হ'ব । আহিবলগীয়া ভিডিঅ' সমূহ আমাৰ নতুন পেজটোৰ পৰা আপলোড কৰা হ'ব । গতিকে তলত দিয়া লিংকত গৈ আমাৰ নতুন পেজটো আপোনালোকে like, follow কৰি আগৰ দৰেই মৰম দি যাব বুলি আশা কৰিলো।
ধন্যবাদ♥️
http://www.facebook.com/talestwinkle
Bringing joy of creativity