08/09/2025
৫৭৭ সংখ্যক গুৰুজয়ন্তী উদ্যাপন
#কলিয়াবৰ_জিলা_সত্ৰ_মহাসভা
"তুমিসে শঙ্কৰ গুৰু ভকতৰ কল্পতৰু
জানি মই পশিলো শৰণে,
আউৰ মোৰ নাহি ত্ৰিভুবণে।
চৰণে ৰাখিয়ো বাপ এৰাওঁ সংসাৰৰ তাপ
নাম মোৰ নছাৰোক মনে।।" - শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ।।
সকলোৰে উপস্থিতি কামনা কৰিলোঁ।