We16 Official

We16 Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from We16 Official, Arts and entertainment, Morigaon.

https://youtu.be/c2VDEWJDlBk
29/10/2021

https://youtu.be/c2VDEWJDlBk

Audio Credits:Song - HEPAH (হেপাহঁ)Singer - Nomi Mahanta & Pranjumon BhuyanLyric/Tune - Nomi MahantaMusic/Guitar - Trion Mahanta Flute - Bitupon KonwarPercus...

সাচতীয়া *"হেপাঁহ"*, আকলুৱা *" হেপাঁহ*, হেপাঁহৰ *"হেপাঁহ"*।  শব্দবোৰক সুৰেৰে সজাই  সংগীতৰ ৰূপ দিয়াৰ সামান্য প্ৰয়াস। নমী ম...
12/10/2021

সাচতীয়া *"হেপাঁহ"*, আকলুৱা *" হেপাঁহ*, হেপাঁহৰ *"হেপাঁহ"*। শব্দবোৰক সুৰেৰে সজাই সংগীতৰ ৰূপ দিয়াৰ সামান্য প্ৰয়াস। নমী মহন্ত আৰু প্ৰাঞ্জুমন ভূঞাৰ কন্ঠত, নমী মহন্তৰ কথা আৰু সুৰ লগতে ত্ৰিয়ন মহন্তৰ সংগীতেৰে অতি শীঘ্ৰেই আপোনালোকৰ কাষলৈ আহি আছে *"হেপাঁহ"*। আমাৰ *"হেপাঁহ"* ক আপোনালোকৰ মৰম, উৎসাহ, আশীষৰ প্ৰয়োজন, আপোনালোকৰ সহাঁৰিৰ অবিহনে আমাৰ *"হেপাঁহ"* বোৰ আধৰুৱা। আশা কৰো আপোনালোকৰ মৰমত আমাৰ *"হেপাঁহ"* জীপাল হ'ব। অপেক্ষা মাত্ৰ কিছুদিনৰ॥

25/09/2021

WE 16 OFFICIAL ৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিক একক অন'লাইন আধুনিক নৃত্য প্ৰতিযোগিতাৰ খ শাখাৰ চূড়ান্ত বিজয়ী প্ৰতিযোগী সায়ন্তনী ঘোষ লৈ আমাৰ তৰফৰ পৰা থাকিল অশেষ অভিনন্দন, শুভকামনা তথা ধন্যবাদ। আমাৰ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত অৰিহনা যোগোৱাৰ লগতে সুন্দৰ প্ৰদৰ্শনৰে সকলোৰে দৃষ্টি আকৰ্ষন কৰি তেওঁ চূড়ান্ত স্হান লাভ কৰিবলৈ সক্ষম হ'ল। নৃত্যৰ জগতখনত সদায় এনেকৈয়ে জিলিকি থাকক, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ॥

Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when We16 Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to We16 Official:

Share