Studio Fusion

Studio Fusion Professional Audio Recording & Music production Studio. Established in 2009.. MORANHAT, ASSAM

শিল্পী বিপিন চাউদাঙৰ সময়োপযোগী এটি গীত। শুনিবচোন।
06/08/2026

শিল্পী বিপিন চাউদাঙৰ সময়োপযোগী এটি গীত। শুনিবচোন।

Presenting "Banpiritor Binoni" (বানপীড়িতৰ বিননি) – a heartfelt lyri...

ঠিয় হৈ থকা ল’ৰাজন হৈছে বানে বিধস্ত কৰা শিৱসাগৰ বেতবাৰীৰ বিপ্লৱ কোৱঁৰ..এজন প্ৰখ‍্যাত ঢোলীয়া তথা ড্ৰামাৰ।বানাক্ৰান্ত ৰাইজৰ...
03/08/2026

ঠিয় হৈ থকা ল’ৰাজন হৈছে বানে বিধস্ত কৰা শিৱসাগৰ বেতবাৰীৰ বিপ্লৱ কোৱঁৰ..এজন প্ৰখ‍্যাত ঢোলীয়া তথা ড্ৰামাৰ।
বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য‍্য প্ৰদানত অহৰহ লাগি থকা বিপ্লৱৰ কিন্তু নিজৰেই ঘৰ পানীত বুৰ গৈ আছে।
আজি বিপ্লৱৰ জন্মদিনত ভগৱানক প্ৰাৰ্থনা জনাইছো যাতে বিপ্লৱ কোৱঁৰক সদায় কুশলে ৰাখে।

24/07/2026

মৰাণৰ শিল্পী সমাজ / কিছু সচেতন ব‍্যক্তিৰ সহযোগত বানাক্ৰান্তক অকণমান সকাহ। আপোনালোকেও য’ত যেনেকৈ পাৰে আৰ্তজনক অকণমান হ’লেও সহায় আগবঢ়াওক।

https://www.facebook.com/share/v/1Jht2gvrLy/?mibextid=wwXIfr

27/06/2026

এটি নতুন গীত “সুৰ”।
শুনিব..ভাল পাব।
ধন‍্যবাদ

“সুৰ” এটি নতুন গীত..শুনিব।
26/06/2026

“সুৰ” এটি নতুন গীত..শুনিব।

AUDIO CREDITSSong name - XURSinger - MAYUR BURAGOHAIN Compositi...

জয় জুবিন দা…
15/04/2026

জয় জুবিন দা…

KUSUM KAILASH WORLD PRESENT'Sএটি সূৰুয অস্ত গ’লVOCALKUSUM KAILASH MOHANMUSIC WASHIM AYANLYRICS & COMPOSITION RAAJ KUMARKUSUM KAILASHTABLARAJA BARUAH SITARSUB...

নতুন বিহুগীত এটি শুনি চাব।
06/04/2026

নতুন বিহুগীত এটি শুনি চাব।

TITLE - Aaikon Rohimola | Romya Phukon | Rudra Mousom | Apurbajyoti Mohan | Pulin Mohan Phukon ...

শুনিব “মাৰিম নহ’লে মৰিম”ৰিদিপ ৰংকিটৰ এটি নতুন গীত।
28/03/2026

শুনিব
“মাৰিম নহ’লে মৰিম”
ৰিদিপ ৰংকিটৰ এটি নতুন গীত।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

সময় সাপেক্ষ এটি গীত “ৰাজনীতি” শুনিবছোন।
22/03/2026

সময় সাপেক্ষ এটি গীত “ৰাজনীতি” শুনিবছোন।

Rajniti || 2026 || Ashim Saikia|| Gouri Shankar|| ...Audio Line: ______________Audio : Rajiniti 2026 Lyrics & Composition : Ashim Saikia Music : Gorui Shakar...

নীল আকাশৰ “জীৱন”  Papu Gogoi
26/02/2026

নীল আকাশৰ “জীৱন”
Papu Gogoi



Audio Credits :- Album :- Jibon Song :- Jibon (Title Track)Vocal :- Neel AkashMusic :- Papu Gogoi (Papz)Lyrics/Compo...

Address

NH37
Moranhat
785670

Alerts

Be the first to know and let us send you an email when Studio Fusion posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Studio Fusion:

Shortcuts

Share