Cyclorama "The Theatre Lab"

Cyclorama "The Theatre Lab" Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Cyclorama "The Theatre Lab", Arts and entertainment, Uparhali, Mirza Pahar.

"চাইক্ল'ৰামা" দ্য থিয়েটাৰ লেৱৰ উদ্যোগত ৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ আয়োজন কৰা বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ অন্তিমটো দিন...
22/04/2025

"চাইক্ল'ৰামা" দ্য থিয়েটাৰ লেৱৰ উদ্যোগত ৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ আয়োজন কৰা বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ অন্তিমটো দিনৰ কিছু মুহূৰ্ত

7/12/2021"চাইক্ল'ৰামা- দ্য থিয়েটাৰ লেৱ"ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ১৪নৱেম্বৰৰ পৰা ৬ডিচেম্বৰলৈ এখনি শিশু ...
09/12/2022

7/12/2021

"চাইক্ল'ৰামা- দ্য থিয়েটাৰ লেৱ"ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ১৪নৱেম্বৰৰ পৰা ৬ডিচেম্বৰলৈ এখনি শিশু নাট আৰু ব্যক্তিত্ব বিকাশক কৰ্মশালাৰ আয়োজন কৰা হৈছিল... এই কৰ্মশালাৰ অন্তিমটো দিনত চিত্ৰাঙ্গন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু তাৰেই শিশুসকলৰ দ্বাৰা এখনি নাট প্ৰদৰ্শন কৰা হৈছিল লগতে মানপত্ৰ বিতৰণ কৰা হৈছিল..........🎭🎭🎭

Cyclorma "The Theatre Lab"ৰ কৰ্মশালাত সন্মানীয় শ্ৰীযুত মুকুল বিশ্বাস, হিমাংক কাকতি আৰু টুটুমণি কলিতা উপস্থিত থাকি শিশুসক...
04/12/2022

Cyclorma "The Theatre Lab"ৰ কৰ্মশালাত সন্মানীয় শ্ৰীযুত মুকুল বিশ্বাস, হিমাংক কাকতি আৰু টুটুমণি কলিতা উপস্থিত থাকি শিশুসকলক বিভিন্ন ধৰণৰ ব্যক্তিত্ব বিকাশৰ শিক্ষা প্ৰদান কৰাৰ কিছু দৃশ্য.......

Cylorama "The Theatre Lab"ৰ উদ্যোগত অনুষ্ঠিত হৈ থকা কৰ্মশালাই আজি একাদশ দিন অতিক্ৰম কৰিলে। আজিৰ দিনটোত আমাৰ মাজত প্ৰশিক্...
24/11/2022

Cylorama "The Theatre Lab"ৰ উদ্যোগত অনুষ্ঠিত হৈ থকা কৰ্মশালাই আজি একাদশ দিন অতিক্ৰম কৰিলে। আজিৰ দিনটোত আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আমাৰ গ্রুপৰ সদস্য হেম'ন গৌতম... তেখেতে শিশু সকলক নাটকৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে ব্যক্তিত্ব বিকাশৰ শিক্ষা প্ৰদান কৰে.....

Cyclorama "The Theatre Lab"ৰ চলিত কর্মশালাৰ আজি নৱমটো দিনত আমাৰ মাজত উপস্থিত থাকে শ্ৰীযুত ডাৱৰমণি ওজা.......
22/11/2022

Cyclorama "The Theatre Lab"ৰ চলিত কর্মশালাৰ আজি নৱমটো দিনত আমাৰ মাজত উপস্থিত থাকে শ্ৰীযুত ডাৱৰমণি ওজা.......

Cyclorama "The Theatre Lab"ৰ অষ্টমটো দিনৰ কৰ্মশালাৰ কিছু দৃশ্য..... প্ৰশিক্ষক  #অচ্যুত দাস
22/11/2022

Cyclorama "The Theatre Lab"ৰ অষ্টমটো দিনৰ কৰ্মশালাৰ কিছু দৃশ্য.....
প্ৰশিক্ষক #অচ্যুত দাস

Cyclorama "The Theatre Lab"ৰ চলিত কৰ্মশালাৰ আজি সপ্তমটো দিনত অসমীয়া ছবিজগতৰ সুদক্ষ অভিনেতা হিমাংশু গগৈ ডাঙৰীয়া উপস্থিত থ...
20/11/2022

Cyclorama "The Theatre Lab"ৰ চলিত কৰ্মশালাৰ আজি সপ্তমটো দিনত অসমীয়া ছবিজগতৰ সুদক্ষ অভিনেতা হিমাংশু গগৈ ডাঙৰীয়া উপস্থিত থাকি শিশুসকলক অভিনয়শৈলীৰ বিভিন্ন ক্ষেত্ৰৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে... তাৰেই কিছু দৃশ্যাংশ.......

Cyclorama "The Theatre Lab"ৰ ষষ্ঠটো দিনৰ কৰ্মশালাৰ কিছু দৃশ্য..... প্ৰশিক্ষক  #অপূর্ব ঠাকুৰীয়া
19/11/2022

Cyclorama "The Theatre Lab"ৰ ষষ্ঠটো দিনৰ কৰ্মশালাৰ কিছু দৃশ্য.....
প্ৰশিক্ষক #অপূর্ব ঠাকুৰীয়া

চাইক্ল'ৰামা "দ্য থিয়েটাৰ লেৱ"ৰ উদ্যোগত অনুস্থিত হৈ থকা পঞ্চমটো দিনৰ কর্মশালাৰ কিছু মুহূৰ্ত
18/11/2022

চাইক্ল'ৰামা "দ্য থিয়েটাৰ লেৱ"ৰ উদ্যোগত অনুস্থিত হৈ থকা পঞ্চমটো দিনৰ কর্মশালাৰ কিছু মুহূৰ্ত

16/11/2022

Address

Uparhali
Mirza Pahar

Website

Alerts

Be the first to know and let us send you an email when Cyclorama "The Theatre Lab" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share