Manashi Borah

Manashi Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manashi Borah, Art, Majuli.

গুৱাহাটীৰ জয়ানগৰ(খানাপাৰা আৰু ৬য় মাইলৰ কাষত) কেকৰ basic to advance প্ৰশিক্ষণ দিয়া হ'ব জুলাই মাহৰ 16/17/18 তাৰিখে।যিহে...
13/06/2026

গুৱাহাটীৰ জয়ানগৰ(খানাপাৰা আৰু ৬য় মাইলৰ কাষত) কেকৰ basic to advance প্ৰশিক্ষণ দিয়া হ'ব জুলাই মাহৰ 16/17/18 তাৰিখে।
যিহেতু বহুত ল'লে মানুহ হ'লে শিকাবৰ বাবেও দিগদাৰ হয় আৰু শিকা সকলেও দিগদাৰ পায় সেয়েহে 20 গৰাকীহে লোৱা হ'ব।
আৰু যদি কোনোবাই শিকিব বিছাৰে তেতিয়া মোক মেছেজ কৰিব পাৰিব আৰু
লগতে
জুলাই মাহৰ 20/21/23/24 তাৰিখে চাৰিদিনীয়াকৈ ৰেজিন ৰ basic to advance প্রশিক্ষণ দিয়া হ'ব। যদি
শিকিব বিচাৰে যোগাযোগ কৰিব পাৰিব।
যোগাযোগ:মেচেঞ্জাৰ।











Address

Majuli

Telephone

+919101767108

Website

Alerts

Be the first to know and let us send you an email when Manashi Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Manashi Borah:

Shortcuts

Share

Category