04/09/2026
কৃষ্ণ 🙏🌍🌱
জয় গুৰু শঙ্কৰ দেৱ
জয় গুৰু মাধৱ দেৱ
"ভকতৰ কৃপালু কৃষ্ণ গোঁসাই ,
নিজা ৰূপে মোহে প্ৰাণ ভগাই ।
সবাকো দেখাইলা অনন্ত লীলা,
ব্ৰজক চিনাই পৰম ব্ৰহ্ম থৈলা।"
শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমীৰ ওলগ জনালোঁ সকলোকে।
এই পবিত্ৰ দিনটোত আপোনালোক সদৌ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে, "শ্ৰীগুৰু " এলবামৰ আন গীত
"কাৰাগাৰে গোঁসাই জন্মে" । আশা কৰোঁ সকলোৱে আদৰি লৈ আমাৰ শিল্পী সকলক ভৱিষ্যত পৰিকল্পনা
বোৰক আশীৰ্বাদ প্ৰদান কৰে যেন।
✍️
https://youtu.be/wESg3sKq4Dc?si=X30oqHfQm2POuP1N
প্ৰযোজক - আকাশ অনুকূল মেধি,
মনিমা শইকীয়া মেধি
কণ্ঠ - প্ৰিয়াশ্ৰী মেধি
কথা সুৰ -
পংকজ বৰা
সত্যেন্দ্ৰ নাথ মেধি
সংগীত ও শব্দ সংমিশ্ৰণ
অনুৰাগ মেধি
বাঁহী - দাদু ৰাজখোৱা
বেঞ্জো - মৃন্ময় বৰা
খোল/ নাগাৰা - পাৰ্শ্বজিত নাথ
Studio
Noise workstation, মাজুলী
Taranga studio
সহযোগী কণ্ঠ:
নিকিতা শইকীয়া
দেৱাশ্ৰী নাথ মেধি
বৰ্ষা বৰুৱা মেধি
দেবাংগী নাথ
আৱহ কণ্ঠ -
মহেন্দ্ৰ বৰা
দীপ্তি নাথ
মল্লিকা বৰুৱা
কনচেপ্ট এণ্ড
ভিডিঅ পৰিচালনা
দেবাংগৰাজ মেধি
সহকাৰী
সমুদ্ৰ হাজৰিকা
পাৰ্শ্বজীত নাথ
কেমেৰা
অম্লান জ্যোতি ওজা
ভাৰ্গৱ প্ৰতিম বৰা
মেকআপ
প্ৰভাত হাজৰিকা
পোছাক
উৎপল কৌশিক শইকীয়া
কল্পজ্যোতি শইকীয়া
সম্পাদনা
ভাৰ্গৱ প্ৰতিম বৰা