Majuli Masala

Majuli Masala itz a bindaaz YouTube channel's page
just enjoy guys

ভাল সময় অহাৰ লক্ষণ
22/10/2020

ভাল সময় অহাৰ লক্ষণ

11/10/2020

😎

25/09/2020

08/08/2020
আপুনি বিশ্বাস কৰিবনে..এইখন মাত্ৰ  হাতৰ তুলিকাৰে অংকিত চিত্ৰ এখনহে  ❤❤🙏🙏 #সংগ্ৰহ
07/08/2020

আপুনি বিশ্বাস কৰিবনে..
এইখন মাত্ৰ হাতৰ তুলিকাৰে অংকিত চিত্ৰ এখনহে ❤❤🙏🙏
#সংগ্ৰহ

চালেনে ? নাই চোৱা যদি এবাৰ চাই আহক তাৰ পিছত জনাব👇BHOOT | ভুত|GHOST STORY: https://youtu.be/fl_LNNfv_Ik
07/08/2020

চালেনে ? নাই চোৱা যদি এবাৰ চাই আহক তাৰ পিছত জনাব
👇BHOOT | ভুত|GHOST STORY:
https://youtu.be/fl_LNNfv_Ik

আহি গ'ল PUBLIChttps://youtu.be/fl_LNNfv_Ik
03/08/2020

আহি গ'ল PUBLIC

https://youtu.be/fl_LNNfv_Ik

BHOOT | ভুত | GOST STORY | HORROR COMEDY | COMEDY VIDEO | FUNNY VIDEO | MAJULI MASALA Assamese comedy এটা TEAM ভুতৰ চিনেমা SHOOTIN...

Kya Haal hai PUBLIC 🥰
03/08/2020

Kya Haal hai PUBLIC 🥰

26/07/2020

INDIAN ARMY 🙏🇮🇳🙏
কাৰ্গিলৰ মহা সমৰত নিজৰ জীৱন উছৰ্গিত কৰা মহান বীৰ সকললৈ শতকুতি প্ৰণাম 🙏🇮🇳🙏

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
26/07/2020

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

Coming soon..... আহি আছে অতি সোনকালে Youtube channel          MAJULI MASALA
24/07/2020

Coming soon.....
আহি আছে অতি সোনকালে
Youtube channel
MAJULI MASALA

ডিভোৰ্চ লাগে!ডিভোৰ্চ লাগে!..............-- তুমি ডিভোৰ্চ বিচৰা ?-- মাইলৰ্ড.. মোৰ পত্নী বহি বহি অকল চিৰিয়েল চায় আৰু মোক দি...
17/07/2020

ডিভোৰ্চ লাগে!ডিভোৰ্চ লাগে!
..............

-- তুমি ডিভোৰ্চ বিচৰা ?

-- মাইলৰ্ড.. মোৰ পত্নী বহি বহি অকল চিৰিয়েল চায় আৰু মোক দি ঘৰৰ সকলো কামেই কৰাই লয়।যেনে ঘৰ মুছা,কাপোৰ ধোৱা,বাচন ধোৱা,পিয়াজ নহৰু কটা সকলো।

-- তাতে অসুবিধা কি ? নহৰু শুকান খোলাত অলপ গৰম কৰি লবা তাৰ পিছত দুই হাতেৰে লাহেকৈ ঘহি দিয়া চাবা নহৰুৰ বাকলি এৰি যাব।আৰু পিয়াজ কটাৰ আগতে আধা ঘন্টা ফ্ৰিজত সোমাই থবা কটাৰ সময়ত চকুত জলা নধৰে।বাচন ধোৱাৰ দহ মিনিট আগতে পানীত ভিজাই থলে,বেছি সময় ঘহিব নালাগে। এনেতেই সকলো তেল উঠি যাব। কাপোৰবোৰ ডিটাৰজেন্ট দিয়াৰ আগতে,প্লেন পানীৰে ভিজাই লব লাগে। Smoothly লেতেৰাবোৰ উঠি যাব আৰু হাতো বেয়া নহব।বুজি পালানে ?

-- হয় মাই লৰ্ড,বুজি পাইছো। একদম ভালদৰে বুজি পাইছো।

-- কি বুজি পাইছা ?

-- আপোনাৰ অৱস্থা দেখুন মোতকৈও ....মানে, এ হব দিয়ক, মই মোৰ আপিল Withdraw কৰি ল'লো।

Copied

09/07/2020

কৰ'ণাৰ আৰু বেছি দিন ৰাজত্ব নছলে
Stay Safe
Be positive

https://youtu.be/JbdUK6hHpzk
30/06/2020

https://youtu.be/JbdUK6hHpzk

GANG WAR | WAR | খাটি অসমীয়া যুদ্ধ | যুদ্ধ | কাজিয়া | MAJULI MASALA|COMEDY VIDEO | MUKTI Concept : MUKTI MOHAN Written by: MONI KONGKON CAMERA : ACHYUT , B...

এই চৰিত্ৰটোৰ নামটো মনত আছে নে?তেখেতৰ নাম আছিল—আয়াৰভেনুগোপাল আয়াৰমুত্তুস্বামী ভেনুগোপাল আয়াৰচিন্নস্বামী মুত্তুস্বামী ভেনু...
28/06/2020

এই চৰিত্ৰটোৰ নামটো মনত আছে নে?

তেখেতৰ নাম আছিল—

আয়াৰ

ভেনুগোপাল আয়াৰ

মুত্তুস্বামী ভেনুগোপাল আয়াৰ

চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

লক্ষণ' শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

জয়সুৰীয়া লক্ষণ' শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

আতাপাত্তু জয়সুৰীয়া লক্ষণ' শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

শ্ৰীপালাৱাৰ্ধনা আতাপাত্তু জয়সুৰীয়া লক্ষণ' শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ

শেষত তেখেতৰ ঘৰত মতা নামটো আছিল:

প্ৰভাকৰণ' শ্ৰীপালাৱাৰ্ধনা আতাপাত্তু জয়সুৰীয়া লক্ষণ' শিৱৰামকৃষ্ণ শিৱভেংকতা ৰাজশেখৰা শ্ৰীনিবাসনা ত্ৰিশিপালী ভেংকেৱাপৰমপীল পৰমবাতুৰ চিন্নস্বামী মুত্তুস্বামী ভেনুগোপাল আয়াৰ....

Copied

😝😂😂🤣🤣🙏🙏

কোনে কৰিব পাৰে বাৰু এনে হেন কাণ্ড টেগাই দিয়া 😄😁
23/06/2020

কোনে কৰিব পাৰে বাৰু এনে হেন কাণ্ড টেগাই দিয়া 😄😁

এক গুলিত দহ চিকাৰ
23/06/2020

এক গুলিত দহ চিকাৰ

https://youtu.be/OJw3FplU2Ooযাওক যাওক সোনকালে আৰু চাওক গে
21/06/2020

https://youtu.be/OJw3FplU2Oo

যাওক যাওক সোনকালে আৰু চাওক গে

নমস্কাৰ স্বাগতম জনাইছো LOTI GHOTI | ASSAMESE COMEDY | MAJULI MASALA |COMEDY VIDEO| লটি ঘটি| প্ৰেমত লটি ঘটি | MUKTI | KONTI| Assamese comedy video...

21/06/2020

পুৱা ১০ বজাত আহি পাবহি এতিয়া লটি ঘটি
YouTube channel ত
যাওঁক আৰু ঘন্টাটো টিপি থওক 🚨যাতে অহাৰ লগে লগে গম পাই যায় ।।
🙏💚💚💚🙏

তাকে জনালো আও
06/06/2020

তাকে জনালো আও

https://youtu.be/YeTljPUrlnsআজি ৰিজাল্টৰ সময়ত এই ভিদিঅটো চাওকআৰু সকলোলৈকে শুভকামনা জনালো
06/06/2020

https://youtu.be/YeTljPUrlns

আজি ৰিজাল্টৰ সময়ত এই ভিদিঅটো চাওক
আৰু সকলোলৈকে শুভকামনা জনালো

#মেট্ৰিক_পৰীক্ষা নিজক চিনাৰ উপায় হৈছে পৰীক্ষা ।। সকলোলৈকে শুভকামনা জনালো সকলোৰে ভাল হ'ব বুলি আশা কৰিছো এই ভি...

???
04/06/2020

???

Social distancing
04/06/2020

Social distancing

কামত ধৰক ৰাইজ 😆
02/06/2020

কামত ধৰক ৰাইজ 😆

26/05/2020

Mastar v kehte ishe naa parhana naam
AMIT BHADANA

18/05/2020

Fire🌋🔥

11/05/2020

😆😆😁😁😆😆
চাধা (2nd part)
SADHAA COMEDY VIDEO
YOUTUBE CHANNEL
- MAJULI MASALA



10/05/2020

😆😆😁😁😆😆
চাধা
SADHAA COMEDY VIDEO

YOUTUBE CHANNEL
MAJULI MASALA

পানী লগা ডাঙৰ বেমাৰ নহয় সৰু ও নহয় ।।
10/05/2020

পানী লগা ডাঙৰ
বেমাৰ নহয়
সৰু ও নহয় ।।


Online class ka kamaal
09/05/2020

Online class ka kamaal

28/04/2020

বৰ দুখ জনক দৃশ্য
এটা চোৰৰ বিননি

অ' দাদা ,
24/04/2020

অ' দাদা ,

   LOCKDOWN PART 1TALENTED মদাহী সেমেকি থকা মনবোৰত অকনমান হাঁহি সিচি দিয়াৰ চেষ্টাহে মাথোচাব সকলোৱে  ভাল লাগিলে জনাব এই ভ...
21/04/2020


LOCKDOWN PART 1

TALENTED মদাহী

সেমেকি থকা মনবোৰত অকনমান হাঁহি সিচি দিয়াৰ চেষ্টাহে মাথো

চাব সকলোৱে
ভাল লাগিলে জনাব

এই ভিদিঅ'টো সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি চলি বনোৱা হৈছে

🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

YOUTUBE CHANNEL:
MAJULI MASALA

PART 2 Coming soon.........
ধন্যবাদ

https://youtu.be/aukfQo44eQI

াহী Stay home stay safe সুস্থ থাকক সুৰক্ষিত থাকক সকলোৱে ঘৰতে থাকি থাকি অশান্তি...

👍ধৰ্যৰো এটা সীমা থাকে
18/04/2020

👍ধৰ্যৰো এটা সীমা থাকে

18/04/2020

She Deserves Oscar
😅😂😂😂😅

Address

Majuli-Bongaon
785104

Telephone

+919101453487

Website

Alerts

Be the first to know and let us send you an email when Majuli Masala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Majuli Masala:

Share

Category

Nearby arts & entertainment


Other Comedy clubs in Majuli-Bongaon

Show All