19/05/2026
সন্মিলন খনি অনুষ্ঠিত কৰাত বিভিন্ন প্ৰকাৰে সহযোগীতা আগবঢ়োৱা ৰাইজক আমন্ত্ৰণ জনাই এসাঁজ অন্ন খোৱাৰ ব্যৱস্থা কৰা হ'ল। সকলো লৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভৱিষ্যতেও এনেদৰে আমাক সহযোগ কৰি যাব বুলি আশা ৰাখিলোঁ। সকলোৰে সহযোগত এই বৰ্ষৰ সফল সমাপ্তি ঘটিল। পুনৰ অহা বৰ্ষত লগ পোৱাৰ আশা ৰাখিলোঁ। জয়তু বৃহত্তৰ কাজিৰঙা বিহু সন্মিলন