09/11/2020
নমস্কাৰ🙏
মহামাৰীৰ বাবে বহু দিনৰ বিৰতিৰ পাছত "আৰ্ট ভিজন অসম " ৰ দ্বিতীয় প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ তলত উল্লেখ কৰা হল।
"ক " শাখা...
গান : মদাৰৰে ফুল হেনো ( ভূপেন হাজৰিকা)
১) ৬ বছৰৰ পৰা ১৫ বছৰলৈ বয়স সীমা।
২) গান [email protected] লৈ ইমেইল মাধ্যমে পঠাব লাগিব, লগতে নাম, ঠিকনা, ফোন নং, বয়সৰ প্ৰমাণ পত্ৰ, গানৰ হৈতে উল্লেখ কৰাতো বাধ্যতামূলক । অন্যথা কোনো ভিডিঅ গ্ৰহণযোগ্য নহব।
৩) লগত বাদ্যযন্ত্র ব্যবহাৰ কৰিলেও আপত্তি নাই, বাদ্যযন্ত্র ব্যবহাৰ নকৰিলেও হব, কিন্তু কণ্ঠ স্পষ্ট হব লাগিব ।
৪) গানটি সম্পূর্ণ কৈ গাব লাগিব । ভিডিঅ মোবাইল মাধ্যমে ৰেকৰ্ড কৰা হব লাগিব ।
৫) ভিডিঅ জমা দিয়াৰ শেষ তাৰিখ ১৭.১২.২০২০ ,
৬) ফলাফল ২৬.১২.২০২০ ঘোষণা কৰা হব। পুৰস্কাৰ বেংকৰ মাধ্যমে পঠোৱা হৱ, লগতে বিজয়ীৰ ভিডিঅটি পেজৰ দেৱালত মূকলি কৰা হব।
-------++++--------------------------------------+++++---
"খ" শাখা...
গান : আকাশী গংগা বিচৰা নাই ( ভূপেন হাজৰিকা)
১) বয়স সীমা ১৬ বছৰৰ পৰা প্ৰাপ্ত বয়স্ক সকলো ।
২) গান [email protected] লৈ ইমেইল মাধ্যমে পঠাব লাগিব, লগতে নাম, ঠিকনা, ফোন নং, গানৰ হৈতে উল্লেখ কৰাতো বাধ্যতামূলক । অন্যথা কোনো ভিডিঅ গ্ৰহণযোগ্য নহব।
৩) লগত বাদ্যযন্ত্র ব্যবহাৰ কৰিলেও আপত্তি নাই, বাদ্যযন্ত্র ব্যবহাৰ নকৰিলেও হব, কিন্তু কণ্ঠ স্পষ্ট হব লাগিব ।
৪) গানটি সম্পূর্ণ কৈ গাব লাগিব । ভিডিঅ মোবাইল মাধ্যমে ৰেকৰ্ড কৰা হব লাগিব ।
৫) ভিডিঅ জমা দিয়াৰ শেষ তাৰিখ ১৭.১২.২০২০ ,
৬) ফলাফল ২৬.১২.২০২০ ঘোষণা কৰা হব। পুৰস্কাৰ বেংকৰ মাধ্যমে পঠোৱা হৱ, লগতে বিজয়ীৰ ভিডিঅটি পেজৰ দেৱালত মূকলি কৰা হব।
বি:দ্ৰ: প্ৰতিযোগিতাত ভাগ লোৱা সকলোৰে ভিডিঅ পেজৰ দেৱালত মুকলি কৰা নহয় , মাত্ৰ বিজয়ীৰ ভিডিঅ হে মুকলি কৰা হব । কোনো ধৰণৰ ভৰ্তি-মাচুল লোৱা নহয় ।