Akax-Mat

Akax-Mat আমাৰ pege টো Follow কৰি লঁওক , আৰু আপোনাৰ আগদাত গিতা সৰি নপৰালৈকে হাঁহি থাকক । 😸❣️

17/04/2024
সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব 🇮🇳 আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধা...
14/07/2023

সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব 🇮🇳

আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা "চন্দ্ৰযান-৩" উৎক্ষেপণ কৰা হ’ব ।

উল্লেখযোগ্য যে চন্দ্ৰযান-৩ উৎক্ষেপণ অভিযানৰ গুৰুদায়িত্ব বহন কৰিব অসম সন্তান চয়ন দত্তই ।
আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা "চন্দ্ৰযান-৩" উৎক্ষেপণ কৰা হ’ব 🇮🇳

ISRO - Indian Space Research Organisation




जय हिन्द 🇮🇳

ছানী তায়েই নহয় জানো যিয়ে এজনী কলা বৰণৰ ছোৱালী Adopt কৰি আৰু 2 জন লৰা চাৰোগেচীৰ দ্বাৰা জন্ম দিও ডক্তৰ সংগীতাৰ দৰে অত্যাচা...
03/07/2023

ছানী তায়েই নহয় জানো যিয়ে এজনী কলা বৰণৰ ছোৱালী Adopt কৰি আৰু 2 জন লৰা চাৰোগেচীৰ দ্বাৰা জন্ম দিও ডক্তৰ সংগীতাৰ দৰে অত্যাচাৰ চলোৱা নাই।

ছানী তায়েই নহয় জানো যিয়ে মেচি আৰু ৰোনাল্ডোৰ পৰিবৰ্তে Sunil chhetry ৰ প্ৰশংসাত পঞ্চমুখ হৈ Status দি ফুৰে।

বিচ্ছিন্নতাবাদী কবিতা লিখি জেলত যোৱা ছোৱালীক যদি Release পোৱাৰ দিনা অসমৰ টিভি এংকৰে গামোচা পিন্ধাব পাৰে তেন্তে ছানীক পিন্ধোৱাত আপত্তি কিহৰ ?

ছানী শিখ হয়, প্ৰকৃত নাম কৰণজিত কৌৰ। তথাপিও খালিষ্টানক সমৰ্থন কৰা মই কেতিয়াও দেখা নাই। তাই কেবল গামোচাই নহয়, এটা শৰাই, এটা জাপি আৰু এটা গঁড়ৰ প্ৰতীকীও পোৱা যোগ্য।

✍️ৰূপক তালুকদাৰ।

 #গাওঁৰ এই পৰিবেশৰ ফটোবোৰ দেখিলে এতিয়াও ঘূৰি যাবৰ মন‌ যায় সেই দিনবোৰলৈ...💙
28/06/2023

#গাওঁৰ এই পৰিবেশৰ ফটোবোৰ দেখিলে এতিয়াও ঘূৰি যাবৰ মন‌ যায় সেই দিনবোৰলৈ...💙

মাতৃ দেৱীৰ বছৰেকীয়া ঋতুচক্ৰৰ আৰম্ভণি (যি অম্বুভাচী নামেৰে জনাজাত )Jai mata di🙏🏻© This image May Be Copyright
24/06/2023

মাতৃ দেৱীৰ বছৰেকীয়া ঋতুচক্ৰৰ আৰম্ভণি (যি অম্বুভাচী নামেৰে জনাজাত )
Jai mata di🙏🏻

© This image May Be Copyright

অম্বুবাচী মেলা মা কামাখ্যাৰ এক নান্দনিক পৰিৱেশ। জয় মা কামাখ্যা
22/06/2023

অম্বুবাচী মেলা
মা কামাখ্যাৰ এক নান্দনিক পৰিৱেশ।
জয় মা কামাখ্যা

Address

Kamakhya

Website

Alerts

Be the first to know and let us send you an email when Akax-Mat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Akax-Mat:

Share

Category