TAJ - a symbol of love

TAJ - a symbol of love অনুভৱবোৰ আজৰাই থ'বলৈ বুলি...

Dibrugarh diary ❤️❤️
13/07/2025

Dibrugarh diary ❤️❤️

A bridge from earth to heaven 💚🤍💙📌View from Bogibeel bridge, Dibrugarh.
12/07/2025

A bridge from earth to heaven 💚🤍💙

📌View from Bogibeel bridge, Dibrugarh.

Good morning everyone 🌞🌞
11/07/2025

Good morning everyone 🌞🌞

Good night and sleep tight ❤️
11/07/2025

Good night and sleep tight ❤️

11/07/2025

Good morning.. Have a great day 💐

ৰাৱণৰ যে দহটা মূৰ সেইটো সকলোৱে জানে। কিন্তু সেইদিনা ক্লাচ কৰি থাকোতে মোক ল'ৰা এটাই সুধিলে-            : তুলিকা বা, ৰাৱণৰ...
10/07/2025

ৰাৱণৰ যে দহটা মূৰ সেইটো সকলোৱে জানে। কিন্তু সেইদিনা ক্লাচ কৰি থাকোতে মোক ল'ৰা এটাই সুধিলে-

: তুলিকা বা, ৰাৱণৰ যে দহটা মূৰ আছিল। তাৰ বাৰু সোঁফালে পাঁচটা মূৰ আছিল নে বাওঁফালে? মানে তাৰ মাজত কোনটো মূৰ লাগি আছিল? 🤔🤔

: 😇😇(মই উত্তৰ দিব নোৱাৰিলো। কাৰণ এইটো কথা মই কাহানিও ভবাই নাছিলো।)

** আপোনালোকে ভাবিছে নে কেতিয়াবা? মোৰ ঠাইত যদি আপুনি থাকিলহেতেঁন কি উত্তৰ দিলে হেতেঁন বাৰু! কমেণ্ট বক্সত জনাবচোন সকলোৱে। 🤔👀💭

পথাৰত বহি কিতাপ পঢ়াতো মোৰ পুৰণি অভ্যাস। ফটোখনো পুৰণি 📖📖
10/07/2025

পথাৰত বহি কিতাপ পঢ়াতো মোৰ পুৰণি অভ্যাস। ফটোখনো পুৰণি 📖📖

Good morning 🌅
10/07/2025

Good morning 🌅

আবেলিৰ বেলিটিয়ে হেঙুলীয়া ৰঙবোৰ সিঁচি দিলে আকাশত। প্ৰতিশ্ৰুতি দিলে এটা নতুন দিনত আকৌ লগ পোৱাৰ। শুভ আবেলি  ❤️❤️
09/07/2025

আবেলিৰ বেলিটিয়ে হেঙুলীয়া ৰঙবোৰ সিঁচি দিলে আকাশত। প্ৰতিশ্ৰুতি দিলে এটা নতুন দিনত আকৌ লগ পোৱাৰ। শুভ আবেলি ❤️❤️

09/07/2025

গছবোৰ ধুই নিয়াৰ দৰেই মানুহৰ মনৰ মলিবোৰ ধুই নিবলৈও জীৱনত সময়ে সময়ে এজাক বৰষুণৰ প্ৰয়োজন।

09/07/2025

অন্য এখন পৃথিৱীত নতুন যাত্ৰা। সকলোৱে আকোঁৱালি লয় যেন❤️

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when TAJ - a symbol of love posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share