Zeal Creations

Zeal Creations Guwahati Office:
H.No.8, SBI Officers' Colony,
Ambikagiri Nagar, Hatigarh Chariali,
Guwahati, Assam-781024
(1)

15/08/2026

আমাৰ শিশুসকলক সংস্কৃতিৰ সৈতে একাত্ম কৰাৰ আমাৰ এয়া এক অনন্য প্ৰয়াস…

"ৰংমন" নামৰ এই শিতানটো সংযোজিত হৈছে আমাৰ "চিত্ৰবন"ৰ সৈতে। আপোনালোকে চাবলৈ নাপাহৰিব…

“ মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগইমোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ..”আজি সমগ্ৰ দেশবাসীলৈ “...
15/08/2026

“ মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বত-মূললৈ..”

আজি সমগ্ৰ দেশবাসীলৈ “স্বাধীনতা দিৱস” ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা প্ৰতিগৰাকী অমৃত সন্তানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

02/08/2026

Day 4 | Zeal Creation Flood Relief Drive

শিৱসাগৰ জিলাৰ কলাপথাৰ গাঁওখনৰ বহু পৰিয়ালে এতিয়াও এবুকু পানীত জীৱন যুঁজিছে । তেওঁলোকৰ লগতে ওচৰ-চুবুৰীয়া বানাক্ৰান্ত ৰাইজৰ কাষত খুদ্ৰমান সহায়ৰ হাত আগবঢ়োৱাৰ কিছু মুহূৰ্ত। 🙏💙

মানুহৰ বাবেই মানুহৰ কাষত ।

31/07/2026

Getting ready for the next round of flood relief distribution. Preparing the relief materials.

30/07/2026

Day 2: Flood Relief Drive

We reached the remote villages of Tengapukhuri (Lakua), Moran Gaon (Lakua), and Nimaijan (Sivasagar), extending relief support.

Together, we’re reaching those who need it most. 🙏

Over the last couple of days, we, the Zeal Creations team, have been supporting flood-affected families in Jorhat and Si...
27/07/2026

Over the last couple of days, we, the Zeal Creations team, have been supporting flood-affected families in Jorhat and Sivasagar alongside the Kalaguru Artist Foundation and the All Assam Zubeen Garg Fan Club.

Many families in remote areas are still waiting for help. From tomorrow, we will continue our efforts to reach as many of these locations as possible and stand beside those who need us most.

Heartfelt thanks to all our volunteers and everyone who has supported this effort. Every helping hand makes a difference. 🙏

🚀 Join the Zeal Creations WhatsApp Community!Be the first to know! Get all the latest updates, exclusive announcements, ...
21/07/2026

🚀 Join the Zeal Creations WhatsApp Community!
Be the first to know! Get all the latest updates, exclusive announcements, release dates, and behind-the-scenes news at least 1 hour before they're published on our social media channels.

📲 Join now and stay one step ahead with Zeal Creations!
https://chat.whatsapp.com/F5P1vjjGoIZEZrOQlzem7b

“উত্তৰকাল”ৰ পৰা আৰম্ভ কৰা অভিনয়ৰ বৰ্ণাঢ্য যাত্ৰাৰ গৰাকী…সুদক্ষ অভিনেতা যতীন বৰালৈ জন্মদিনৰ হিয়াভৰা শুভকামনা জনাইছোঁ….
25/04/2026

“উত্তৰকাল”ৰ পৰা আৰম্ভ কৰা অভিনয়ৰ বৰ্ণাঢ্য যাত্ৰাৰ গৰাকী…

সুদক্ষ অভিনেতা যতীন বৰালৈ জন্মদিনৰ হিয়াভৰা শুভকামনা জনাইছোঁ….

“ন’ জোনটি  ওলালে ,বৰণটি সলালে, সলালেও গছে পাত এ’জোন এ’ বেলি কিয় পোহৰ দিলি মোৰে মন,মোৰে মন, বলীয়া কৰিলে বসন্ত, লাগে মোৰ ...
14/04/2026

“ন’ জোনটি ওলালে ,বৰণটি সলালে,
সলালেও গছে পাত
এ’জোন এ’ বেলি কিয় পোহৰ দিলি
মোৰে মন,মোৰে মন, বলীয়া কৰিলে বসন্ত,
লাগে মোৰ আনন্দ, বিহুটি বিহুটি আহিছে বুলি “

অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা

Address

Jorhat
785001

Alerts

Be the first to know and let us send you an email when Zeal Creations posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Zeal Creations:

Shortcuts

Share