অসমৰ শিল্পীৰ প্ৰতিভা বিকাশ বঁটা

  • Home
  • India
  • Jorhat
  • অসমৰ শিল্পীৰ প্ৰতিভা বিকাশ বঁটা

অসমৰ শিল্পীৰ প্ৰতিভা বিকাশ বঁটা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসমৰ শিল্পীৰ প্ৰতিভা বিকাশ বঁটা, Cultural Center, titabor, Jorhat.

30/05/2026
30/05/2026

মহাৰাষ্ট্ৰত অনুষ্ঠিত দুখনকৈ ফিল্ম ফেষ্টিভেলত উজলিল অসমীয়া চুটি ছবি। ঔৰংগাবাদৰ মৌলানা আজাদ ৰিছাৰ্চ চেণ্টাৰৰ প্ৰেক্ষাগৃহত প্ৰদান সন্মান। অভিজিতৰ চাৰিখনকৈ চুটি ছবিৰ আঠটাকৈ পুৰস্কাৰ লাভ। মৰিয়নিৰ লগতে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় অভিজিৎ অধলকটীয়াই।

মুম্বাই মহাৰাষ্ট্ৰত reel international Film festival আৰু ideal international Film festival 2026 এই দুটা ফেষ্টিভেলত মোৰ  ...
17/05/2026

মুম্বাই মহাৰাষ্ট্ৰত reel international Film festival আৰু ideal international Film festival 2026
এই দুটা ফেষ্টিভেলত মোৰ ৪খন চুটি ছবিয়ে ৮ তা পুৰস্কাৰ পাবলৈ শক্ষম হৈছে আৰু মই ২ খন ছবিত বেষ্ট Director Award পাবলৈ সক্ষম হৈছোঁ ।

ৰুটি, মুক্ত আকাশ , শোক, গুণগুণ এই চাৰিখন ছবিয়ে এৱাৰ্ড পাইছে ।

গুণগুণ - special jury award আৰু best short film jury award

শোক - special jury আৰু out standing achievement

মুক্ত আকাশ - best Children film award, out standing achievement

ৰুটি - best short film award (indian film), best short film award ( India)

Abhijit Adhalkatia - Best director award, ( indian film ) Gungun, আৰু best director award (M) ৰুটি

* Reel international Film festival ত প্ৰাই ১৫০০+ film আছিল।
* IDEAL international Film festival ত প্ৰাই ২৬০০+ ফিল্ম আছিল ।

শোক, গুণগুণ আৰু ৰুটি এই তিনিখন ছবি মই লিখা আৰু পৰিচালনা কৰা। আৰু শোক ছবিখন জ্ঞানশ্ৰী বৰাই লিখা আৰু মই পৰিচালনা কৰা ।

https://youtu.be/ZsiS8XK-eFw?si=2mGAtQffjjU2W0Yhhttps://youtu.be/ZsiS8XK-eFw?si=rg8BsMbrrcHAUqTsঅসমৰ প্ৰাণৰ শিল্পী, আমাৰ...
18/04/2026

https://youtu.be/ZsiS8XK-eFw?si=2mGAtQffjjU2W0Yh

https://youtu.be/ZsiS8XK-eFw?si=rg8BsMbrrcHAUqTs
অসমৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ ওপৰত এখনি চুটি ছবি নিৰ্মাণ কৰা হৈছে । আশা কৰোঁ সকলোৱে চাই ভাল পাব ।
সকলোৱে কমেণ্টত লিখিবলৈ পাহৰি নাযাব ।
জয় জুবিন দা

SNT present'sAssamese Short Film Zubeen Anuraagi ( জুবিন অনুৰাগী ) Casting - Nirjora Thangjam, Surojit Thangjam, Gyanas...

Address

Titabor
Jorhat
785633

Website

Alerts

Be the first to know and let us send you an email when অসমৰ শিল্পীৰ প্ৰতিভা বিকাশ বঁটা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share