Replica Theatre Village

Replica Theatre Village REPLICA THEATER VILLAGE, established on 1997 works on Assamese traditional,Folk,Physical, Rural,

07/12/2024
Bahuboli, Pushpa, RRR Film ৰ অভিনেতা K. K. UNNOORI (DAYA) আৰু তেওঁৰ সতে Rajamouli ৰ director টীমৰ 4 জন লোক উপস্থিত আছিল ...
07/12/2024

Bahuboli, Pushpa, RRR Film ৰ অভিনেতা K. K. UNNOORI (DAYA) আৰু তেওঁৰ সতে Rajamouli ৰ director টীমৰ 4 জন লোক উপস্থিত আছিল ৰেপ্লিকাত । PAN INDIA MULTILINGUAL FILM ৰ বেনাৰত নিৰ্মিত হ'ব এখন ছবি । আহোম, মেচ-কছাৰী, মিছিং, বড়ো, ৰাভা, তিৱা, দেউৰী আদি জনজাতীয় শিল্পী বিচাৰি চলাথ কৰিছে । আপুনি যদি আগ্ৰহী ফটো 4 copy 9854484945 ত প্ৰেৰণ কৰক । 20 পৰা 60 বছৰ বয়সৰ মুঠ 500 পুৰুষ মহিলাৰ প্ৰয়োজন ।

30/11/2024

হয়তো এই পৰিকল্পনাটোৰ অংশ হিচাপেই Hyderabad ৰ পৰা ৰেপ্লিকাৰ ওচৰলৈ আহিছে; মংগোলীয় মুখৰ, চেহেৰাৰ বিভিন্ন বয়সৰ শিল্পী বিচাৰি । গুৱাহাটীত ইতিমধ্যে হৈ গ'ল । যোৰহাটত আছে কাইলৈ (1 ডিচেম্বৰ তাৰিখে) । অসমত Audition দিয়া culture নাই, জানো । তথাপি ডাঙৰ production ৰ ডাঙৰ কাম বাবে অনুৰোধ জনালো । এবাৰ আহি চাওক । পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই facebook ত লিখিছে বাহুৱলীৰ কাহিনীকাৰ তেখেতৰ ঘৰত । তেখেতৰ পুত্ৰ ৰাজামৌলীয়ে মহাবীৰ লাচিতক লৈ এখন চিনেমা কৰিব । আন দুটামান interview ত এনেধৰণৰ কথা লক্ষ্য কৰিছিলো । কি ঠিক, এইয়া আৰম্ভণি হ'ব পাৰে । আমি সৰু মানুহ সকলো খবৰ আমাক নিদিয়ে কোনেও । অনুমান কৰিহে শিল্পী সকলক সুবিধাটো ল'বলৈ আহ্বান জনাইছো ।

📣📣📣📣📣📣📣📣
*অভিনেতা-অভিনেত্ৰীৰ প্ৰয়োজন*

ইচ্ছুক অভিনেতা-অভিনেত্ৰীয়ে তলত উল্লেখ কৰা তথ্যসমূহ আগতীয়াকৈ প্ৰেৰণ কৰি নিজৰ উপস্থিতি সম্পৰ্কে জনাব লাগিব ।

1. নাম
2. অভিভাৱকৰ নাম
3. বয়স
4. ফটো 2 খন (passport size & wide angle)
5. উচ্চতা
6. ওজন
7. WhatsApp/ phone Number
8. ওপৰৰ তথ্য কেইটা প্ৰেৰণ কৰাৰ উপৰিও সাক্ষাৎকাৰ বাবে যিকোনো এটা ভাষাত 01 মিনিটৰ এটা performance সাজু কৰি আনিব লাগিব ।

যাৱতীয় তথ্য সমূহ 9854484945 এই নম্বৰত whatsApp যোগে অতি শীঘ্ৰে প্ৰেৰণ কৰক ।

📝 Audition স্থান তলত দিয়া google map ৰ লিংকত ক্লিক কৰি সবিশেষ জানিব পাৰিব 👇

📍 https://maps.app.goo.gl/5PpeC5W4yB4cvwNF7

A bright star of the theater industry in Manipur and India passed away suddenly yesterday. The presence of the parent of...
10/11/2024

A bright star of the theater industry in Manipur and India passed away suddenly yesterday. The presence of the parent of the replica, Ningobam Jadumoni Singh sir, taught us a lot. We are saddened by the news of his death since yesterday. If only anyone could prove this to be false! If we walk the path he showed us, we may meet his holy spirit. Encourage, inspire. The soul is immortal.

ন হিন্নতে, হিন্নমানে শৰীৰে...... 🙏

Un Schooling আহিগল ..... 14 Julie  পালেহি .....  মামা  মাহী সাজু আছে ভাগিন ......
11/07/2023

Un Schooling আহিগল ..... 14 Julie পালেহি ..... মামা মাহী সাজু আছে ভাগিন ......

15/03/2023

যোৱা বছৰ জুলাই মাহত সপ্তাহৰ সফল সমাপ্তিৰ পাছত, আজিৰে পৰা .0 । আগ্ৰহী সকলে যোগাযোগ কৰক 🤗

😊 হাঁহি - ধেমালিৰ মাজেৰে দৈনিক দুটা বিষয়ৰ সতে চিনাকি কৰাই দিয়াৰ মানসেৰে আমি সাজু হৈছোঁ । পুৱা 08:30 পৰা 10 বজালৈ আমি আদৰিবলৈ সাজু থাকিম, বিদায়ৰ বেলিকা 03:30 পৰা 05:30 বজালৈ ।

কথা দিলোঁ, আপোনাৰ শিশুটি উপকৃত হ'ব ।

👉 3 দিনীয়া প্ৰতিটো শাখাত 10 জনকৈ আৰু 7 দিনীয়া শাখাত 20 জন শিশুৱে অংশগ্ৰহণ কৰিব ।

✒️ 3 দিনীয়া শাখাসমূহ -
👉 প্ৰথম শাখা - 15 মাৰ্চৰ পৰা 17 মাৰ্চলৈ
👉 দ্বিতীয় শাখা - 18 মাৰ্চৰ পৰা 20 মাৰ্চলৈ

✒️ 7 দিনীয়া শাখাসমূহ -
👉 প্ৰথম শাখা - 15 মাৰ্চৰ পৰা 21 মাৰ্চলৈ

💰 নামভৰ্তি মাচুল -
1️⃣ 3 দিনৰ বাবে - 1000 টকা
2️⃣ 7 দিনৰ বাবে - 2000 টকা
(খোৱা-বোৱা দিয়া হ'ব ।)

☎️ নামভৰ্তি কৰক - 9854484945

স্থান - প্ৰকাশ গোস্বামী ক্ষেত্ৰ, নেইষ্ট/ আৰ. আৰ. এল. তিনিআলি, যোৰহাট

📍Prakash - live the life (Hobby International)
098544 84945
https://maps.app.goo.gl/sXvrFNaVkktH2ECC9



12/03/2023

যোৱা বছৰ জুলাই মাহত সপ্তাহৰ সফল সমাপ্তিৰ পাছত, এইবছৰ মাৰ্চ মাহত পুনৰবাৰ .0 ৰ আয়োজন কৰিবলৈ লোৱা হৈছে । আগ্ৰহী সকলে যোগাযোগ কৰক 🤗

😊 হাঁহি - ধেমালিৰ মাজেৰে দৈনিক দুটা বিষয়ৰ সতে চিনাকি কৰাই দিয়াৰ মানসেৰে আমি সাজু হৈছোঁ । পুৱা 08:30 পৰা 10 বজালৈ আমি আদৰিবলৈ সাজু থাকিম, বিদায়ৰ বেলিকা 03:30 পৰা 05:30 বজালৈ ।

কথা দিলোঁ, আপোনাৰ শিশুটি উপকৃত হ'ব ।

👉 3 দিনীয়া প্ৰতিটো শাখাত 10 জনকৈ আৰু 7 দিনীয়া শাখাত 20 জন শিশুৱে অংশগ্ৰহণ কৰিব ।

✒️ 3 দিনীয়া শাখাসমূহ -
👉 প্ৰথম শাখা - 15 মাৰ্চৰ পৰা 17 মাৰ্চলৈ
👉 দ্বিতীয় শাখা - 18 মাৰ্চৰ পৰা 20 মাৰ্চলৈ

✒️ 7 দিনীয়া শাখাসমূহ -
👉 প্ৰথম শাখা - 15 মাৰ্চৰ পৰা 21 মাৰ্চলৈ

💰 নামভৰ্তি মাচুল -
1️⃣ 3 দিনৰ বাবে - 1000 টকা
2️⃣ 7 দিনৰ বাবে - 2000 টকা
(খোৱা-বোৱা দিয়া হ'ব ।)

☎️ নামভৰ্তি কৰক - 9854484945

স্থান - প্ৰকাশ গোস্বামী ক্ষেত্ৰ, নেইষ্ট/ আৰ. আৰ. এল. তিনিআলি, যোৰহাট

📍Prakash - live the life (Hobby International)
098544 84945
https://maps.app.goo.gl/sXvrFNaVkktH2ECC9



আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ "অনাতাঁৰ নাট সমাৰোহ 2023" ত ৰেপ্লিকাৰ নাটক  #বুদ্ধু । আজি 06 আৰু কাইলৈ 07 মাৰ্চৰ নিশা 09:30 ব...
06/03/2023

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ "অনাতাঁৰ নাট সমাৰোহ 2023" ত ৰেপ্লিকাৰ নাটক #বুদ্ধু । আজি 06 আৰু কাইলৈ 07 মাৰ্চৰ নিশা 09:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 07, 08 মাৰ্চৰ পুৱা 08:30 বজাত ।

শুনিবলৈ নাপাহৰিব ।

Stay tuned - 567KHz (AM), 101.3MHz (FM), https://youtube.com/ (YouTube) and NewsOnAir App. https://play.google.com/store/apps/details?id=com.parsarbharti.airnews.

06/03/2023

আসনৰ সংখ্যা - মাত্ৰ 25
মাচুল - 500 টকা

সহঃ প্ৰশিক্ষক - পম্পি গগৈ আৰু ভাগ্যশ্রী দাস

যোগাযোগ - 9854484945
কৰ্মশালাৰ স্থান - "হ'বি ইন্টাৰনেস্বনেল", প্রকাশ গোস্বামী ক্ষেত্ৰ, আৰ. আৰ. এল./ নেইষ্ট তিনিআলি, যোৰহাট

Address

Jorhat
785006

Telephone

+919854484945

Website

Alerts

Be the first to know and let us send you an email when Replica Theatre Village posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Replica Theatre Village:

Share