21/05/2025
ৰ’দৰ বাবে অতি ভাল খৱৰ,
আমাৰ “ৰ’দ স্কুল অৱ ফাইট আৰ্টৰ” দুগৰাকী ছাত্ৰী অৰ্চিচা শইকীয়া আৰু অনন্যা দাসে যোৱা ১৯মে’ত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অধিনত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগীতা খনত উচ্চ শাখা আৰু নিম্নশাখা দুয়োটাতে আমাৰ ছাত্ৰী দুয়োগৰাকীয়ে “প্ৰথম” স্হান পাবলৈ সক্ষম হয়। গতিকে দুয়োটি লৈকে শুভেচ্ছা যাচিলোঁ॥