Bhargab Kashyap Art

Bhargab Kashyap Art Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhargab Kashyap Art, Art, Jorhat.

নৃসিংহ মুৰাৰী
24/03/2024

নৃসিংহ মুৰাৰী

Commission workA3 sizeGraphite
24/06/2023

Commission work
A3 size
Graphite

Size A3 Charcoal and graphite mixed
31/03/2023

Size A3
Charcoal and graphite mixed

  on paper
08/11/2022

on paper

Size: A4
17/05/2022

Size: A4

*নমস্কাৰ,*     *সৰ্বপ্ৰথমে আপোনালৈ এটাই অনুৰোধ আপুনি যেন এই মেছেজটো শেষলৈকে পঢ়ে। পেছাত এজন মই ছাত্ৰ, এনেই সুৰু-সুৰাকৈ ছব...
18/07/2021

*নমস্কাৰ,*
*সৰ্বপ্ৰথমে আপোনালৈ এটাই অনুৰোধ আপুনি যেন এই মেছেজটো শেষলৈকে পঢ়ে। পেছাত এজন মই ছাত্ৰ, এনেই সুৰু-সুৰাকৈ ছবিও আঁকি ভাল পাওঁ। কেৱল ভাল পাওঁ বুলি ক'লে মোৰ ভূল হ'ব হয়তো ছবিয়েই মোৰ ভৱিষ্যত। এতিয়া মই আচল কথাটো লৈ আহোঁ। আপোনি যদি নিজৰ প্ৰতিচ্ছবি (portrait) অংকন কৰিব বিচাৰে তেনে হ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই মাত্ৰ দুশ(200=এখন)টকাতেই ছবি অংকন কৰিম । এজন কেন্সাৰ ৰোগীৰ সহায় কৰিবৰ বাবে মই এই সিদ্ধান্ত লৈছোঁ। (কিন্তু এটা কথা মনত ৰাখিব কোনো এজন প্ৰতিচ্ছবি অংকন কৰা ব্যক্তিয়ে(portrait artist) ইমান মূল্যত ছবি বিক্ৰী কৰিব নোৱাৰে।) যিহেতো ৰোগীজনৰ চিকিৎসাৰ বাবে বহুত বেছি পৰিমাণৰ ধনৰাশিৰ প্ৰয়োজন। আপোনি যদি মোৰ ছবি সমূহ চাব বিচাৰে মোৰ ইনষ্টাগ্ৰাম(instagram) মোৰ ফেচবুক পেজ https://www.facebook.com/Bhargab-Kashyap-Art-110461574024541/ ত চাব পাৰিব। যদি আপোনাৰ ইনষ্টাগ্ৰাম অথবা ফেচবুক নাই তেতিয়া হ'লে আপোনি গুগল(google)ত Bhargab Kashyap Art বুলি চাৰ্চ ( search) কৰি দিব মোৰ ছবিসমূহ চাব পাৰিব। সেয়েহে আপোনি যদি ব্যক্তিজনৰ মুখত হাঁহি বিৰিঙাব খোজে তেনেহ'লে আপুনি মাত্ৰ মোক ইনষ্টাগ্ৰাম অথবা ফেচবুক পেজত মাত্ৰ এটা মেছেজ কৰক। ফটোখন আপুনি মোৰ ইমেইল IDত প্ৰেৰণ কৰিব পাৰিব([email protected]) । আহক এই মেচেজতো যিমান পাৰে সিমান আপোনাৰ বন্ধু অথবা আত্মীয়জনলৈ প্ৰেৰণ কৰি আপুনিও এই প্ৰচেষ্টাক আৰু এখোজ আগুৱাই নিয়াৰ অংশীদাৰ হৈ পৰক ধন্যবাদ।*

140 Followers, 26 Following, 10 Posts - See Instagram photos and videos from Bhargab Kashyap ()

17/01/2021

Acrylic on canvas
03/01/2021

Acrylic on canvas

Mother Teresa realistic portrait
31/12/2020

Mother Teresa realistic portrait

03/10/2020

How to draw a realistic portrait. Bhargab Kashyap.

Address

Jorhat

Alerts

Be the first to know and let us send you an email when Bhargab Kashyap Art posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Bhargab Kashyap Art:

Share

Category