Akon Saikia Memorial Fine Art Centre

Akon Saikia Memorial Fine Art Centre art and creative

03/08/2024
06/09/2023

আজি অকন শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰৰ একাদশ প্ৰতিষ্ঠা দিৱস। এই শুভ ক্ষণত বিদ্যালয় পৰিচালনা সমিতি, সন্মানীয় অভিভাৱক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীলৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।

আজি ইংৰাজী ৬-৮-২০২৩ তাৰিখৰ পৰা অকন শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ আৰম্ভণি হয়। পুৱা শঙ্কৰ আজান জা...
06/08/2023

আজি ইংৰাজী ৬-৮-২০২৩ তাৰিখৰ পৰা অকন শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ আৰম্ভণি হয়। পুৱা শঙ্কৰ আজান জাতীয় বিদ্যালয় কেন্দ্ৰত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত অভিজিত খটিয়া বৰুৱাৰ উপস্থিত এখনি সভা অনুষ্ঠিত হয়। এই শুভক্ষণত এটি গছ পুলি ৰোপন কৰি শিক্ষাবৰ্ষৰ আৰম্ভণি কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত নৃপেন শইকীয়া দেৱে। আৰু পীড়াকটা কেন্দ্ৰত গছপুলি ৰোপন কৰে সুদূৰ মৰাণৰ শিল্পী তথা বন্ধুবৰ শ্ৰীযুত মৃদুলমনি চুতীয়া , শিক্ষক শ্ৰীযুত ভৱেন ফুকন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য শ্ৰীযুত কৃষ্ণকুমাৰ বড়াদেৱে। এই কাৰ্যসূচীত সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত মানৱ জ্যোতি বৰদলৈ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটিৰ সৌস্তৱ বৃদ্ধি কৰে।

04/08/2023
এজন মহাপুৰুষ মহাপ্ৰয়াণ।অকন শইকীয়া সো‍ঁৱৰণী চিত্ৰকলা কেন্দ্ই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা ক...
27/10/2022

এজন মহাপুৰুষ মহাপ্ৰয়াণ।
অকন শইকীয়া সো‍ঁৱৰণী চিত্ৰকলা কেন্দ্ই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।

প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰীক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।
05/09/2022

প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰীক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।

আজি অকন শইকীয়া সো‍ঁৱৰণী চিত্ৰকলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস। এনে এক মধুৰ ক্ষণত বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ,পৰিচা...
19/08/2022

আজি অকন শইকীয়া সো‍ঁৱৰণী চিত্ৰকলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস। এনে এক মধুৰ ক্ষণত বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ,পৰিচালনা সমিতিৰ সভাপতি আৰু সকলো সন্মানীয় সদস্যলৈ শুভেচ্ছা জনাছোঁ। বিদ্যালয়খনি আগবঢ়াই নিয়াত আপোনালোকৰ সহায় সহযোগ চিৰ স্মৰণীয়। অনাগত দিনবোৰতো আপোনালোকৰ সহায়-সহযোগীতা একান্ত কামনা কৰিছোঁ।

লগতে এই বৰ্ষত অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ অনুপম বৰুৱালৈ শুভেচ্ছা জনালো।

শেষত

জয়তু অকন শইকীয়া সো‍ঁৱৰণী চিত্ৰকলা কেন্দ্ৰ

"অকন শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ"ৰ ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰশিক্ষণৰ শুভাৰম্ভ… পৰিচালনা সমিতিৰ আহ্বানত পীড়াকটা কেন্দ্ৰ ...
08/08/2022

"অকন শইকীয়া সোঁৱৰণী চিত্ৰকলা কেন্দ্ৰ"ৰ ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰশিক্ষণৰ শুভাৰম্ভ… পৰিচালনা সমিতিৰ আহ্বানত পীড়াকটা কেন্দ্ৰ আৰু শংকৰ-আজান কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল একত্ৰিত হৈ বৃক্ষৰোপন কাৰ্যসূচীৰে শিক্ষাবৰ্ষৰ শুভাৰম্ভ কৰে।

Address

Dulia Gaon Tini Ali, Kakojan
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Akon Saikia Memorial Fine Art Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Akon Saikia Memorial Fine Art Centre:

Share

Category