The Fact

The Fact Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Fact, Arts and entertainment, Jorhat.

বিগত সময়ত যি লেতেৰা হৈছিল, সেই লেতেৰা চাফা হৈ যাব এই বৰষুণত : হাগ্ৰামা মহিলাৰী
05/10/2025

বিগত সময়ত যি লেতেৰা হৈছিল, সেই লেতেৰা চাফা হৈ যাব এই বৰষুণত : হাগ্ৰামা মহিলাৰী

বিশ্বনাথ জিলাৰ পাভৈতপঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰশুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই
04/10/2025

বিশ্বনাথ জিলাৰ পাভৈত
পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ
শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই

04/10/2025
CID কাৰ্য্যালয়ত ছুইটী দাসজুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটা আদাসসিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে কৰিছিল বিস্ফোৰক মন্তব্য সেই মন্...
04/10/2025

CID কাৰ্য্যালয়ত ছুইটী দাস
জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটা আদাস
সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে কৰিছিল বিস্ফোৰক মন্তব্য সেই মন্তব্য সন্দর্ভতে সাক্ষ্য লবলৈ তলব
CIDৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত এক ইনিংছ আৰু ১৪০ ৰানত জয় ভাৰতৰ।
04/10/2025

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত এক ইনিংছ আৰু ১৪০ ৰানত জয় ভাৰতৰ।

04/10/2025
পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথ্য
04/10/2025

পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথ্য

ৰৈ ৰৈ বিনালে'ত জুবিন গাৰ্গৰORIGINAL VOICE ব্যৱহাৰ কৰা হ'ব
04/10/2025

ৰৈ ৰৈ বিনালে'ত জুবিন গাৰ্গৰ
ORIGINAL VOICE ব্যৱহাৰ কৰা হ'ব

03/10/2025

জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিস্ফোৰক খবৰ

নিবনুৱাৰ বাবে ভাল খবৰচলিত মাহতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰিব ৩৫হাজাৰ নিবনুৱাই
03/10/2025

নিবনুৱাৰ বাবে ভাল খবৰ
চলিত মাহতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰিব ৩৫হাজাৰ নিবনুৱাই

'৭ অক্টোবৰত BTCক বাদ দি ৰাজ্যৰ ৩০লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন''অৰুণোদয় ৩.০ৰ অধীনত ১২৫০ টকাকৈ পাব হিতাধিকাৰীসকলে'ফেচ...
03/10/2025

'৭ অক্টোবৰত BTCক বাদ দি ৰাজ্যৰ ৩০লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন'
'অৰুণোদয় ৩.০ৰ অধীনত ১২৫০ টকাকৈ পাব হিতাধিকাৰীসকলে'
ফেচবুক লাইভযোগে এই কথা জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই

Address

Jorhat

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Alerts

Be the first to know and let us send you an email when The Fact posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share